ADVERTISEMENT
---Advertisement---

NHM Recruitment 2024 | Total 386 Posts Apply Now ✅✅

By: Notun Kisu

On: ফেব্ৰুৱাৰী 27, 2024

Follow Us:

NHM Recruitment 2024 Apply Now
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

বৰ্তমান নতুনকৈ অসমৰ স্বাস্থ্য বিভাগত কিছু চাকৰি ওলাইছে, আপুনি যদি আবেদন কৰিব খোজে তেনেহলে তলত দিয়া লিংকৰ জৰিয়তে আপুনি আজি আবেদন কৰিব পাৰে। কিয়নো এই NHM Recruitment 2024 ৰ আবেদন কৰাৰ অন্তিম তাৰিখ ওচৰ চাপি আহিছে। আপুনি যদি আজি আবেদন নকৰে তেন্তে পিছত কৰিব নোৱাৰে। অতি সহজে আবেদন কৰাৰ বাবে আমি লিংক তলত দিছোঁ। আপুনি ক্লিক কৰিয়েই আবেদন কৰিব পাৰিব 👇👇👇

ADVERTISEMENT

কি কি পোষ্ট আছে NHM Recruitment ত?

এই চাকৰিৰ বিজ্ঞাপনত দুই প্ৰকাৰৰ চাকৰিৰ কথা উল্লেখ আছে। আমি তলত এই চাকৰিৰ অৰ্হতা হিচাপে আলোচনা কৰিছো। আপুনি যিটো চাকৰিৰ বাবে আবেদন কৰিব সেই লিংকত ক্লিক কৰি আবেদন কৰিব পাৰে।

১) Medical Officer (MBBS)

ইয়াত সৰ্বমুঠ ৩৩৮ তা পোষ্ট আছে যত আপুনি আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ সৰ্বোচ্চ বয়সৰ সীমা ৬৫ বছৰ হব পাৰিব। ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা তলত উল্লেখ কৰা ধৰণে হব লাগিব।

Qualification: MBBS Degree from a recognized Medical College and Registered with Assam Medical Council/ Medical Council of India.

Medical Officer ৰ বাবে আপুনি মাহিলী ৫০,০০০/- টকা দৰমহা পাব।

২) Specialist

NHM Recruitment 2024 ত উল্লেখ কৰা আন এক প্ৰকাৰৰ চাকৰি হল Specialist যাৰ বাবে আপুনি তলত দিয়া লিংকত ক্লিক কৰিলেই আবেদন কৰিব পাৰিব।

আগৰ দৰেই ইয়াৰ বয়সৰ সীমা ৬৫ বছৰলৈকে চলিব। লগতে শিক্ষাগত অৰ্হতা কি লাগে তলত দিয়া আছে।

Qualification: MBBS Degree with Post Graduate Degree / Diploma in relevant field from a recognized Medical College and Registered with Assam Medical Council/ Medical Council of India. More over Disciplines Should be O&G, Pediatrician, Anesthesiology, General Surgery, Medicine, Radiology etc.

Specialist Medical Officer ৰ বাবে আপুনি মাহিলী ৭৫,০০০/- টকা দৰমহা পাব।

আবেদন কেনেকৈ কৰিব?

NHM Recruitment 2024 ৰ বাবে আপুনি কোনো Online Apply কৰিব নালাগে। আপুনি তলত দিয়া তাৰিখ মতে উল্লেখিত স্থানত সম্পূৰ্ণ শিক্ষাগত যোগ্যতাৰ কাগজ-পাতি লৈ উপস্থিত হলে হব।

NHM Official Advertisement

ADVERTISEMENT

Interview Date & Time

Medical Officer – 28-02-2024
Specialist – 29-02-2024

Registration Time: 10:30 AM to 12:00 Noon

স্থান: NHM Mission Directorate, Saikia Commercial Complex, Christian Basti, Guwahati -5

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment