পত্নীক তেওঁৰ পিতৃ-মাতৃতকৈও অধিক মৰম দিয়ে এই দুটা নামৰ পুৰুষে

Notun Kisu

মাৰ্চ 27, 2024

wife k kio morom korib lage
ADVERTISEMENT

এটি মানৱ শিশুৱে পৃথিৱীত জন্ম গ্ৰহণ কৰোঁতে মাক দেউতাকৰ বাহিৰে কাৰো লগত সম্পৰ্ক নাথাকে। লাহে লাহে তেওঁ ডাঙৰ হৈ বিভিন্ন সম্পৰ্কৰ মাজত বান্ধ খাই পৰে। শিশুটিৰ সম্পূৰ্ণ দায়িত্ব মাক দেউতাকে বহন কৰে।

ADVERTISEMENT

যেতিয়া শিশুটি নিজৰ দায়িত্ব নিজে লব পৰাকে ডাঙৰ হৈ উঠে তেতিয়া লাহে লাহে কিছুমান সম্পৰ্ক মাজত সোমাই যাব লগা হৈ। যেনে এটি বয়সত বৈবাহিক সম্পৰ্ক সম্বন্ধৰ মাজত এটি নতুন জীৱনৰ পাতনি মেলে। এই সম্পৰ্ক বিলাক মানুহে এৰাই চলিব নোৱাৰে। এইবিলাকে মানুহৰ সম্পূৰ্ণ জীৱন প্ৰভাৱিত আৰু পৰিচালিত কৰে। বৈবাহিক সম্পৰ্কৰ কথা কওঁতে বহুত কথা মনলৈ আহে। যেনে বৈবাহিক সম্পৰ্কত সোমোৱাৰ আগতে আমি সকলোৱে চিন্তা কৰোঁ নিজৰ জীৱন সংগী জন কেনেকুৱা হব।

বৈবাহিক জীৱনত পতি আৰু পত্নীক ধৰ্মৰ আধাৰিত সম্পৰ্ক কৰ্তব্য আৰু পবিত্ৰতাৰ শক্তিৰে বান্ধ খায় থাকে। এই বান্ধ মধুৰ, কোমল আৰু বিশ্বাসৰ লগতে শক্তিশালী হয়। বৈবাহিক জীৱনৰ মাজেৰে দুজনৰ অপূৰ্ণতা যেতিয়া পূৰ্ণতা লৈ পৰিবৰ্তিত হয় তেতিয়া আধ্যাত্মিকতা ৰাস্তাৰে আগবাঢ়ি যাবলৈ সুবিধা হোৱাৰ লগতে আনন্দময় হৈ উঠে।

এতিয়া আহক আমি এনেকুৱা দুটা ইংৰাজী বর্ণমালাৰে আৰম্ভ হোৱা বৰ্ণৰ জীৱনসংগীৰ নাম জানিব চেষ্টা কৰোঁ যোনে সকলোতকৈ বেছি নিজৰ পত্নীক ভালপায়।

এই তথ্য জ্যোতিষ শাস্ত্ৰৰ পৰা লোৱা হৈছে।

১) A- আখৰৰ নাম

এই বৰ্নৰে আৰম্ভ হোৱা পতি বহুত অন্তৰ খোলা হয়। নিজত কৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু বহুত বিশ্বাস কৰে। পত্নীয়েও বহুত ভাল পাই যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয়।

২) D আখৰৰ নাম

আখৰৰ পতি সকলে নিজৰ পত্নীক যিমান পাৰি সিমান সুখী ৰাখিবলৈ বিচাৰে। পত্নীৰ কোনো কথা নমনা কৈ নাথাকে। এওঁলোকে পত্নীৰ কথা সকলোঁ বিশ্বাস কৰি লয় আৰু বহুত শান্ত হয়। পত্নীৰ সুখ সুবিধাৰ কাৰণে সকলো কৰে। আৰু পত্নীক ৰাণীৰ নিচিনাকৈ ৰাখে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Leave a Comment