ADVERTISEMENT
---Advertisement---

300+ Assamese Love Quotes | Insta & Fb Daily Post 2025

By: Notun Kisu

On: ডিচেম্বৰ 15, 2024

Follow Us:

Assamese Love Quotes
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

বন্ধু বান্ধৱী সকল আজি আমি আপোনালোকৰ বাবে কেইটামান Assamese Love Quotes লৈ আহিছোঁ। আশা কৰোঁ এই Assamese Love Quotes আপোনালোকৰ ভাল লাগিব।

ADVERTISEMENT

ইয়াত Notun Kisu ৱেবছাইটৰ জৰিয়তে আমি আপোনালোকৰ বাবে Good Morning Wish, Good Evening Wishe, Good Night Wishe ৰ লগতে কিছু মহৎ লোকৰ বাণী প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। যদি আপোনাৰ ভাল লাগিছে তেন্তে আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত Share কৰিব পাৰে।

Assamese Love Quotes | Insta Post | FB Daily Love Post

তলত বহু কেইটা Assamese Love Quotes আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি লিখিছোঁ। ইয়াত বিভিন্ন বিষয়ৰ ওপৰত Assamese Love Quotes আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ।

মই জানো তাৰ সৈতে মোৰ কোনো ভৱিষ্যত নাই কিন্তু
তাক পাহৰি যোৱাটো মোৰ বাবে সম্ভৱ নহয়।

জীৱনৰ আটাইটকৈ মনোৰম সময়কণ সেয়াই যেতিয়া
দুয়োয়ে দুয়োকে সাৱটি কৈ উঠো মোক কেতিয়াও এৰি থৈ গুচি নেযাবা।

মোৰ ভাৱনাই যদি তোমাক আমনি কৰে
তেন্তে জানিবা আজিও মই তোমাৰ আপোন।

তোমাৰ হাতে হাত ধৰি জীৱনটো অতিবাহিত
কৰা আশা এদিন সম্পূৰ্ণ হৈ উঠিব।

তোমাৰ Message আহিলে মাথোঁ,
মোৰ মোবাইল Vibrate নহয়,
মোৰ হৃদয়খনো Vibrate হয়।

SACRIFICE আমি তেতিয়াই কৰো,
যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো।

সুখত নহয়, মই দুখতেই সুখী,
সুখবোৰ তেওঁকে দিয়া ভগৱান
যাক মই নিজতকৈও বেছি ভালপাওঁ।

তুমি মোৰ First Love নাছিলা,
কিন্তু মই কথা দিলোঁ তুমিয়ে
মোৰ Last Love থাকিবা।

হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ এটি
Love React অতি মূল্যৱান।

শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম।

কাৰোবাক ভালপাওঁ বুলি কবলৈ
সময় নালাগে কিন্তু সেই ভালপোৱা
জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে।

জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা,
যিয়েই তোমাৰ সুখৰ বাবে নিজৰ
আশা ত্যাগ কৰিলে।

শাসন তেওঁহে কৰা যায় যাক বহুত বেছি
অন্তৰৰ পৰা ভালপোৱা হয়।

কাৰোবাক ভালপোৱা মানে বিবাহ নহয়,
ভালপোৱা মানে এজনে আনজনৰ
প্ৰতি থকা মৰম আৰু বিশ্বাস।

জীৱনসংগী ধুনীয়া নহয়, সঁচা হব লাগে,
যাক মই চকু মুদি বিশ্বাস কৰিব পাৰো।

যদি আমি সঁচাকৈয়ে কাৰোবাক
ভাল পাবলৈ বিচাৰোঁ তেন্তে আমি
ক্ষমা কৰিবলৈয়ো শিকিব লাগিব।

মোৰ জীৱনত এনেকুৱা মানুহ নালাগে,
যি মোৰ সাধাৰণ এটা ভুলৰ অজুহাত
লৈ মোৰ পৰা আঁতৰি যায়,

মোক এনে এজন সংগীৰ প্ৰয়োজন,
যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক
আঁকোৱালি লব পাৰে।

তুমি আহিবা বুলিয়েই আকাশ
ডাৱৰীয়া বৃষ্টি অহা নাই নামি,
তুমি আহিবা বুলিয়ে কৃষ্ণচূড়াৰ ফুলবোৰ
এতিয়াও যোৱানাই সৰি।

হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,
তোমাক নাপালে তুমি দিয়া মিঠা মিঠা
স্মৃতি তাতেই বিচাৰি পাম।

ভালপোৱা মানে সদায় কাষত থকা নহয়,
ভালপোৱা মানে দূৰত থাকিও সদায়
তোমাৰ বুকুত থকা।

প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি,
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি,
কষ্ট যিমানেই হওঁক সুখ তুমি,
তোমাক যিমানেই খং নকৰোঁ কিয়,
তথাপি মোৰ প্ৰিয় ভালপোৱা তুমি।

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি
চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল
তুমি, তুমি আৰু তোমাৰ নামেই পাবা।

মৰমে কেতিয়াওঁ নকয় তুমি কোন?
মৰমে মাথোঁ কয় তুমি মোৰ।

মৰমে কেতিয়াওঁ নকয় তুমি ক’ত থাকা?
মৰমে মাথোঁ কয় তুমি মোৰ অন্তৰত থাকা।

মৰমে কেতিয়াওঁ নকয় তুমি মোক ভাল পোৱানে?
মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাও।

তুমি মোক ভাল পোৱানে নোপোৱা
সেয়া মোৰ বিষয় নহয়,
তোমাক মই ভালপাওঁ সেয়াই
মোৰ আনন্দ ।

প্ৰেম কৰি প্ৰতিদান দিম এইটো
আৱশ্যক নহয়, তোমালৈ মনত পৰিলে তোমাক কৈ দিম
এইটোও আৱশ্যক নহয়, কন্দাজনেতো হৃদয়েৰেই কান্দে দুচকু
যেচকুলোৰে বোৱাবই লাগিব সেইটোও আৱশ্যক নহয়।

কেতিয়াও নুসুধিবা মোক মই তোমাক
কিমান ভাল পাওঁ?

মাথো জানিবা, তুমি যিমান অনুভৱ
কৰিব পাৰিছা,

তাৎকৈ বহুত বেছি মই তোমাক
ভালপাওঁ, আৰু যিটো তুমি
অনুভৱ কৰিব নোৱাৰিবা না মই বুজাৱ পাৰিম!

মই তোমাক খুব খুব
ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক
তোমাৰ পৰা একোকেই নালাগে।

মাথো বিচাৰো তোমাৰ হৃদয়খনত
ক্ষুদ্র এটি স্থান য’ত মই থাকি
গোটেই জীৱন তোমাক
ভালপাই যাব পাৰো।

প্ৰেম এ এক মাত্ৰ এনেকুৱা বস্তু যত
সকলো ভাল লাগে, সুখ ও ভাল লাগে দুঃখ ও ভাল লাগে।
হাহিঁ ও ভাল লাগে,

কান্দিও ভাল লাগে। যিতু প্ৰেমত নপৰা জনে
কতিয়াও অনুভৱ কৰিব নোৱাৰে।

যিয়ে তোমাক বুজি পায় তেওঁ তোমাৰ দুটা কথাতে

বুজি পাব, যিয়ে নুবুজে তাক ৰামায়ণ-মহাভাৰত
কলেও বুজি নাপায়।

সেই কাৰণে নুবুজা জনক বিজবলৈ নাই, আৰু
যিয়ে বুজি পায় তাৰ ওচৰত সামান্য
এটি কথাৰ হে প্রয়োজন।

আমাৰ জীৱনলৈ ভাল-বেয়া
বহুত মানুহ আহে প্রতিজন মানুহে
এটা এটা পাঠ পঢ়াই যায়,
সেই পাঠেই আমাৰ জীৱন সলনি
কৰি পেলায়।

জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস,
আৰু এবুকু মৰম যদি কাৰোবাক
ভাল পোৱা তেতিয়াহলে মন প্ৰাণ দি ভাল পাবা।

তুমি মোক ভাল পোৱানে নোপোৱা
সেয়া মোৰ বিষয় নহয়,
তোমাক মই ভালপাওঁ সেয়াই মোৰ আনন্দ।

প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল
অনুভুতি বোৰক অনুভৱ কৰিব পাৰে,
যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিছাৰে
কেৱল মাথো ভাল পাব হে জানে।

ভালপোৱা নো কি,
বিশেষ দিন কি? তোমাৰ নাম শুনি
উশাহ টো ৰৈ যোৱা প্ৰতিটো দিনেই মোৰ
বাবে বিশেষ দিন, ভালপোৱাৰ দিন।

দুই চাৰিদিন কাৰােবাৰ
কেয়াৰ লােৱাটো হৈছে প্রেম
আৰু ওৰেটো জীৱনৰ দায়িত্ব লােৱাটো
হৈছে ভালপােৱা।

সুখৰ সৈতে টকাৰ কোনাে সম্পর্ক নাই,
টকা কেৱল চাহিদা পূৰণ কৰে।
সকলাে সুখ যদি টকাৰ দ্বাৰা পােৱা গ’লহেতেন,
তেন্তে ভালপােৱাও দোকানত বিক্রী
হ’লহেঁতেন…।

প্রথম ভালপােৱা, দ্বিতীয় ভালপােৱা বুলি কোনাে কথা নাই।
যাক পােৱাৰ পিছত আন কাৰােবাক ভাল পাবলৈ
মনে নকয়, সেয়াই ভালপােৱা।

ADVERTISEMENT

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Notun Kisu ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Love Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment