ADVERTISEMENT
---Advertisement---

৫ টা কাৰণত দৰিদ্রতা আহে, কাৰণ সমূহ কি কি ?

By: Notun Kisu

On: মাৰ্চ 28, 2024

Follow Us:

dukhia huwar karon ki
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

বন্ধু বান্ধুৱী সকল দৰিদ্রতা অহাৰ অহাৰ কাৰণ কি আপোনালোকে জানেনে ? আমাৰ জীৱনত কিছুমান সময়ত দদৰিদ্রতা আহে কিন্তু আমি নাজানো সেই দৰিদ্রতা অহাৰ কাৰণ, আজি এই আর্টিকেলটো আলোচনা কৰিম দৰিদ্রতা অহাৰ ৫ টা কাৰণ, সেই বাবে এই আর্টিকেলটো সম্পূর্ণ পঢ়িব…

ADVERTISEMENT

১/ যি ঘৰত গাখীৰ উতলি পৰি যায়, সেই ঘৰখনত হঠাৎ টকা পইচাৰ খৰচ বাঢ়ি যায়। ঘৰৰ মানুহবোৰ প্রায়ে অসুস্থ হ’বলৈ ধৰে লগতে ঘৰুৱা জীৱনত অশান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। বহুত মানুহৰ মতে গাখীৰ উতলি পৰি যোৱাটো শুভ বুলি মানে কিন্তু যদি সদায় আপোনাৰ ঘৰত গাখীৰ উতলি পৰি গৈছে তেনেহলে ই শুভ লক্ষণ নহয়।সদায় সদায় এনে হ’ব নালাগে, আপোনাৰ এই কথাত ধ্যান ৰাখিব লাগে।

২/ যদি কাউৰী আহি কোনো স্ত্রীৰ মূৰৰ ওপৰত আহি বহে তেনেহলে তেওঁৰ স্বামীৰ ওপৰত কোনো ডাঙৰ বিপদ আহিবলগা আছে। যদি কোনো ব্যক্তিৰ ধৰৰ ওপৰত আহি বহুত কাউৰী বহি হুলস্থুল কৰিব ধৰে তেনেহলে সেই ঘৰখনৰ গৰাকীৰ ওপৰত বহুত ডাঙৰ সমস্যাৰ আগমন ঘটে।

৩/ খোৱা বোৱা কৰা পদার্থবোৰত যদি ক’লা পৰুৱা বাঢ়ি যায় তেনেহলে ই আপোনাৰ আহিবলগা বেয়া সময়ৰ সংকেত দিয়ে।

৪/ আপোনাৰ ঘৰখত পৰি থকা চীনা মাটিৰ পাত্র বা ভঙা আইনাৰ গিলাচ বাৰে বাৰে পৰি ভাঙি যায় তেনেহলে ই দৰিদ্রতা অহাৰ সংকেত দিয়ে।

৫/ যদি আপোনাৰ ঘৰত থকা গছ গছনিৰ পাতবোৰ শুকাই যাব ঘৰে তেনেহলে তাক তৎক্ষণাত কটাই দিব লাগে। ঘৰত থকা গছ গছনিৰ পাত শুকাই যাব নালাগে, ইয়াৰ ফলত আপোনাৰ বুধ গ্রহ বেয়া হয় আৰু আপোনাৰ ওপৰত ধাৰ ঋণ বাঢ়ি যায়। গছ গছনি শুকাই নাযাবলৈ সদায় পানী দিব লাগে, ফলত গছ গছনি নমৰে আৰু লক্ষণ দূৰ হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Join WhatsApp

Join Now

Join Telegram

Join Now

1 thought on “৫ টা কাৰণত দৰিদ্রতা আহে, কাৰণ সমূহ কি কি ?”

Leave a Comment