ADVERTISEMENT
---Advertisement---

এই ৰাশিৰ লোকসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে

By: Notun Kisu

On: মাৰ্চ 27, 2024

Follow Us:

maa lakshmir kripa
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

জ্যোতিষ শাস্ত্রে মুট ২৭ টা নক্ষত্র, ৯ টা গ্রহ, আৰু ১২ টা ৰাশিৰ কথা উল্লেখ কৰা হৈছে। বেলেগ বেলেগ ৰাশিৰ ওপৰত বেলেগ বেলেগ দেৱ দেবিৰ আশীর্বাদ থাকে, আজি আমি কথা পাতিম মা লক্ষ্মীৰ আশীর্বাদ কোন কোন ৰাশিৰ ওপৰত থাকে সেয়েহে সম্পূর্ণ পঢ়িব…

ADVERTISEMENT

মিথুন ৰাশি

জ্যোতিষ শাস্ত্রে মিথুন ৰাশিৰ অধিপতি দেৱতা হ’ল মা লক্ষ্মী। এই ৰাশিৰ ওপৰত বিশেষ কৃপা থাকে মা লক্ষ্মীৰ। এই ব্যক্তি সকলে ব্যৱসাই ক্ষেত্রত বহুত সাফল্য অর্জন কৰা দেখা যায়, মা লক্ষ্মীৰ কৃপা থকা কাৰণে তেওঁলোকক সকলো কামত সফল হোৱা সেখা যায়। এই ৰাশিৰ ব্যক্তি সকলে যদি নতুন ব্যৱসাইত বিনিয়োগ কৰে তেনেহলে উন্নতি হোৱাৰ সংখ্যা বেছি থাকে, এই লোকসকলৰ কোনদিনে অর্থৰ অভাৱ নহয়।

মকৰ ৰাশি

এই ৰাশিৰ প্রধান দেৱতা হ’ল নৰসিংহ। নৰসিংহ দেৱতা আচলতে ভগৱান বিষ্ণুৰ অৱতাৰ। সেই বাবে এই লোকসকলৰ ওপৰত নৰসিংহ দেৱতা ও মা লক্ষ্মীৰ আশীর্বাদ থাকে। এই ৰাশিৰ জাতক জাতিকা সকলে বহুত পৰিমানে পৰিশ্রমীক হৈ থাকে, যেতিয়ালৈকে সেই কামত সফল নহয় তেতিয়ালৈকে পৰিশ্রম কৰি গৈ থাকে। মা লক্ষ্মীৰ লগতে শনিদেৱ প্রসন্ন হয় এই মানুহবোৰৰ ওপৰত। এই ৰাশিৰ জাতক জাতিকা সকলৰ মনটো বহুত সহজ-সৰল হৈ থাকে। এই ৰাশিৰ জাতক জাতিকা সকলে মা লক্ষ্মীৰ পূজা কৰিলে সকলো ধৰণৰ বিপদ দূৰ হৈ যাব।

মীন ৰাশি

ধনু ও মীন ৰাশিৰ অধিপতি গ্রহ হ’ল বৃহস্পতি। তেওঁলোকৰ প্রধান দেৱতা হ’ল বিষ্ণু আৰু মা লক্ষ্মী, সেই বাবে এই লোকসকলৰ দেৱী লক্ষ্মীৰ পূজা কৰা উচিত। মীন ৰাশিৰ জাতক জাতিকা সকলে পণ্ডিত প্রকৃতিৰ হৈ থাকে, তেওঁলোকৰ যুক্তিতর্ক কৰাৰ ক্ষমতা আছে। এই ৰাশিৰ জাতক জাতিকা সকলে দেৱী লক্ষ্মীৰ পূজা কৰাৰ ফলত দ্বিগুণ উন্নতি লাভ কৰে। জীৱনত যি কামতে হাত দিয়ে সেই কামতে সফল হোৱা দেখা যায়, টকাৰ অভাৱ নহয়। সুখৰ বাবে বহু পৰিশ্রম কৰিব পাৰে। আৰু এই ৰাশিৰ জাতক জাতিকা সকলে জীৱনত বহুত সুখিও হয়।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment