অত্যাধিক বিদ্যুৎ মাছুলৰ ভুক্তভোগী নেকি আপুনি? পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়।

Notun Kisu

জানুৱাৰী 30, 2024

online apply for free solar in 2024
ADVERTISEMENT

আপুনিও অত্যাধিক বিদ্যুৎ মাছুলৰ ভুক্তভোগী নেকি, আপুনিও ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি তেন্তে আপোনাৰ আৰু কোনো চিন্তা নাই । আজি আমি আপোনাক জনাম ইয়াৰ পৰা হাত সৰাৰ একমাত্ৰ উপায়। ইয়াৰ বাবে আপুনি আমাৰ Post টো নিশ্চয় শেষলৈ পঢ়িব।

ADVERTISEMENT

আপোনালোকক অতি আনন্দৰে জনাওঁ যে মোদী চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত সকলৰ বাবে লৈ আহিছে এক নতুন আঁচনি। যিটো আঁচনিৰ পৰা আপুনি লাভ কৰিব পাৰিব এটাকৈ ছোলাৰ পেনেল একেবাৰেই বিনামূলীয়াকৈ।

হয় আপুনিও ইয়াৰ বাবে আবেদন কৰিব পাৰিব যাৰ বাবে আপুনি তলৰ লিংক ত ক্লিক কৰি Apply কৰিব পাৰিব ।

Offocial Link to Apply Online

লিংকত যোৱাৰ আগতে জানি লওঁ আমি আৱেদন কেনেকে কৰিব লাগিব।

  1. আমি ওপৰত Official লিংকত ক্লিক কৰিলে প্ৰথমে আপুনি তাত New Apply ৰ বাবে Resigter Here বুলি দেখা পাব ।
  2. এতিয়া আপুনি তাত নিজৰ নাম, জিলা, ৰাজ্য লগতে মোবাইল নম্বৰ বহাই Submit কৰিব।
  3. এতিয়া আকৌ নতুনকৈ Official লিংকত গৈ Login Here ত ক্লিক কৰি নিজৰ Adress আৰু Bank Details বহাই Final Submit কৰি আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়াকৈ ছোলাৰ পেনেল (Solar Panel)

ওপৰৰ লিখনিত যদি কিবা অসুবিধা পাইছে তেন্তে আপুনি তলত দিয়া ভিদিও লিংকত গৈ আপোনাৰ জনিবলগীয়া বিষয়টো জানিব পাৰে। ধন্যবাদ

ADVERTISEMENT

Leave a Comment