2024 সৰস্বতী পূজাত কোন শুভ মুহূৰ্তত কৰিব পূজা? সৰস্বতী পূজাত দুই নক্ষত্ৰৰ সংযোগত বিৰল যোগ: জানক সবিশেষ –

rituals significance of Saraswati Puja 2024

এইবছৰ ১৩ ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ ২৯ তাৰিখে নিশা ৮:০৫ বজাৰ পৰা মাঘী শুক্লা পঞ্চমী তিথি আৰম্ভ হৈ ১৪ ফেব্ৰুৱাৰী আৰু ১ ফাগুন সন্ধিয়া ৫:৫৬ বজাত শেষ হ’ব। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিৰ দিনা সৰস্বতী পূজা কৰা হয়। সৰস্বতী পূজাৰ উপৰিও এই দিনটোক বসন্ত পঞ্চমী, জ্ঞান পঞ্চমী, শ্ৰী পঞ্চমী, মধুমা বুলিও জনা যায়। এইবাৰ ১৪ … Read more