ADVERTISEMENT
---Advertisement---

Big Boss Winner Munawar Faruqui ৰ বিষয়ে কিছু নজনা কথা। আনৰ দৰে আপুনিও জানি লও আহক –

By: Notun Kisu

On: ফেব্ৰুৱাৰী 5, 2024

Follow Us:

Munawar Faruqui
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

Bigg Boss Season 17 ৰ বিজয়ী বুলি কলেই আপোনালোকে নিশ্চয় চিনি পাব Munawar Faruqui ক। আজি আমি আপোনালোকৰ সৈতে Munawar Faruqui ৰ জীৱনৰ কিছু নজনা কথা কবলৈ আহিছোঁ।

ADVERTISEMENT

আহক আজি আমি Notun Kisu ৱেবচাইটৰ জৰিয়তে Bigg Boss Season 17 Winner Munawar Faruqui ৰ কিছু নতুন তথ্য জানো।

যদিও আমি Bigg Boss Season 17 Winner Munawar Faruqui ৰ বিষয়ে কিছু নজনা কথা কবলৈ চেষ্টা কৰিছোঁ কিন্তু ই আমাৰ ব্যক্তিগত কোনো মন্তব্য নহয়। ই ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্য, ইয়াক বিশ্বাস কৰা একান্ত আপোনাৰ ওপৰত।

1. Boss Winner Munawar Faruqui গুজৰাটৰ জুনাগড়ৰ বাসিন্দা। ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত তেওঁলোকৰ ঘৰ ধ্বংস হোৱাৰ পিছত তেওঁ পৰিয়ালৰ সৈতে মুম্বাইলৈ স্থানান্তৰিত হয় বুলি বিভিন্ন বাতৰি প্ৰকাশ পাইছে।

2. কমেডিয়ান গৰাকীয়ে মাত্ৰ ১৬ বছৰ বয়সতে মাতৃক হেৰুৱাইছিল। তেওঁৰ মাতৃয়ে আত্মহত্যা কৰা বুলি বহু মাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে।

3. খবৰ অনুসৰি Boss Winner Munawar Faruqui য়ে ১৭ বছৰ বয়সতে ঘৰৰ সকলো দায়িত্ব লৈ বাচন বৰ্তন বিক্ৰী কৰা দোকানত বিক্ৰেতা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

4. কম্পিউটাৰৰ কেইটামান পাঠ্যক্ৰম শিকাৰ পিছত কমেডিয়ানজনে ২০১৯ আৰম্ভণিতে গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰিছিল।

5. ষ্টেণ্ড আপ কমেডিয়ান হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৯ চনত মুম্বাইত তেওঁৰ প্ৰথম গুজৰাটী শ্ব’ “Dodh Dahyo” ৰ জৰিয়তে।

6. ২০২০ চনত আৰম্ভ হোৱা Munawar Faruqui ইউটিউব চেনেলটোৱে ২৩ লাখ ফ’ল’ৱাৰ লাভ কৰিছে।

7. ২০২১ চনত মুনাৱাৰৰ পিতৃৰ মৃত্যু হয়।

8. বৰ্তমান সময়ত Munawar Faruqui YouTube Channel ৰ সৰ্বমুঠ Subscriber হল ৪.৬৪ মিলিয়ন।

ADVERTISEMENT

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment