ADVERTISEMENT
---Advertisement---

বীৰ হনুমানৰ কৃপা হোৱা এই সংকেতসমূহ আপুনিও লাভ কৰিছে নেকি?

By: Notun Kisu

On: জানুৱাৰী 29, 2024

Follow Us:

What are some signs that someone has been visited by Lord Hanuman
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

জীৱনত যদি পোৱা যায়-এইকেইটা সংকেত-তেন্তে বুজিব লাগে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে।

ADVERTISEMENT

বীৰ হনুমানৰ শৰণলৈ যি ব্যক্তি যায়,সেইজনক কোনো বাধায়ে চুব নোঁৱাৰে। কলিযুগত বীৰ হনুমানৰ ভক্তিৰ দ্বাৰাই লোকসকল দুখ আৰু সংকটৰ পৰা ৰক্ষা পাবলৈ সক্ষমহয়।

মহাবীৰ হনুমানে সদায়ে নিজৰ ভক্তৰ ৰক্ষা কৰে। যি ব্যক্তি বীৰ হনুমানৰ শৰণলৈ যায়, সেইজনাক কোনো বাধায়ে চুব নোঁৱাৰে। কলিযুগত বীৰ হনুমানৰ ভক্তিৰ দ্বাৰাই মনুষ্যসকল দুখ আৰু সংকটৰ পৰা ৰক্ষা পাবলৈ সক্ষম হয়। বীৰ হনুমান অতি শীঘ্ৰে প্ৰসন্ন হোৱা দেৱতা হয়। কিন্তু ভগৱান হনুমান আপোনাৰ ওপৰত প্ৰসন্ন হৈছে বুলি কি দৰে যানিব।

  • যদি আপুনি ভয় নকৰে আৰু সচাঁটোৰ লগত জীৱন অতিবাহিত কৰে, তেতিয়া বুজিব যে-আপোনাৰ ওপৰত হনুমানৰ কৃপা আছে। কাৰণ বীৰ হনুমান যাৰ ওপৰত প্ৰসন্ন হয়, সেইজন ব্যক্তি ভয়মুক্ত আৰু নিৰ্ভিক জীৱন জীয়াই।
  • ব্যক্তিৰ সপোনত যদি ভগৱান ৰাম বা বীৰ হনুমান আহে-তেন্তে বুজিব, বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে।
  • যদি ব্যক্তিৰ জীৱনত সফলতাই সফলতা আহে আৰু কোনো বাধাৰ সন্মুখীন হবলগীয়া নহয়, তেতিয়া বুজিব লাগে-এই সকলোবোৰ ভগৱান হনুমানৰ কৃপা দৃষ্টিৰ বাবেই হৈছে।
  • শনিদেৱৰ সাৰেচাতি, শনিদেৱৰ দু-প্ৰভাৱ, বা অন্য কোনো ধৰণৰ শনিদেৱৰ প্ৰভাৱ ব্যক্তিৰ ওপৰত নাথাকে-তেতিয়া এয়া এই কথাৰ সংকেত যে বীৰ হনুমান আপোনাৰ দ্বাৰা প্ৰসন্ন।
  • যদি আপুনি মিছা নকয়, সকলোৰে লগত প্ৰেম ভাৱে থাকে, বন্ধু আৰু পৰিয়ালৰ মাজত কোনো বিবাদত নাথাকে-তেতিয়া এয়া বীৰ হনুমানৰ কৃপাৰ সংকেত হয়।
  • আপোনাৰ হাতত যদি মংগল ৰেখা স্পষ্ট ভাৱে দেখা গৈছে-তেন্তে আপোনাৰ ওপৰত বীৰ হনুমানৰ কৃপা আছে। কিন্তু আপুনি বেয়াবোৰৰ পৰা আঁতৰত থাকিব লাগিব। এনেদৰে কুণ্ডলীত যদি-মংগল, মেঘ, বৃশ্চিক বা মকৰ ৰাশিত আছে বা সূয্য-বুধ একে স্থানতে আছে বা দশম ভাগত মংগল আছে যদি-তেতিয়া মনা হয় যে-মংগল শুভ।মংগল শুভ হোৱাৰ অৰ্থ এয়া যে-বীৰ হনুমান আপোনাৰ দ্বাৰা প্ৰসন্ন ।
ADVERTISEMENT

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment