ADVERTISEMENT
---Advertisement---

SSC Selection Post Recruitment| Total- 2049 Posts Apply Now ✅

By: Notun Kisu

On: মাৰ্চ 4, 2024

Follow Us:

SSC Selection Post Recruitment 2024
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

বৰ্তমান নতুনকৈ SSC বা Staff Selection Commission ত কিছু নতুন চাকৰি ওলাইছে, আপুনি যদি আবেদন কৰিব খোজে তেনেহলে তলত দিয়া লিংকৰ জৰিয়তে আপুনি আজি আবেদন কৰিব পাৰে।

ADVERTISEMENT

SSC Selection Post Recruitment 2024

কিয়নো এই SSC Selection Post Recruitment 2024 ৰ আবেদন কৰাৰ অন্তিম তাৰিখ ওচৰ চাপি আহিছে। আপুনি যদি আজি আবেদন নকৰে তেন্তে পিছত কৰিব নোৱাৰে। অতি সহজে আবেদন কৰাৰ বাবে আমি লিংক তলত দিছোঁ। আপুনি ক্লিক কৰিয়েই আবেদন কৰিব পাৰিব – 👇👇👇

কি পোষ্ট আছে SSC Recruitment ত?

এই চাকৰিৰ বিজ্ঞাপনত মাত্ৰ এক প্ৰকাৰৰ চাকৰিৰ কথা উল্লেখ আছে। আমি তলত এই চাকৰিৰ অৰ্হতা হিচাপে আলোচনা কৰিছো। আপুনি যদি SSC Selection Post Recruitment ৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব পাৰে।

SSC Selection Post

ইয়াত সৰ্বমুঠ ২০৪৯ তা পোষ্ট আছে যত আপুনি আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ সৰ্বোচ্চ বয়সৰ সীমা ৪২ বছৰ হব পাৰিব।

শিক্ষাগত অৰ্হতা

ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা তলত উল্লেখ কৰা ধৰণে হব লাগিব।

  • Matric Level Posts: Class 10th or High School pass from any recognised board in India
  • Intermediate Level Posts: 10+2 or passed Intermediate Exam from any recognised board in India
  • Graduate-level Posts: Bachelor Degree in any field from any recognised University/Institution in India

দৰমহা

SSC Selection Post ৰ বাবে আপুনি মাহিলী টকা দৰমহা পাব সেয়া ইয়াত উল্লেখ কৰা নাই যদিও SSC Selection Post Recruitment ত নিশ্চিতৰূপে ভাল দৰমহা পাব।

আবেদন কেনেকৈ কৰিব?

SSC Selection Post Recruitment ৰ বাবে আপুনি Online Apply কৰিব লাগিব। আপুনি তলত দিয়া তাৰিখ মতে উল্লেখিত লিংকৰ জৰিয়তে শিক্ষাগত যোগ্যতাৰ কাগজ-পাতি লৈ আবেদন কৰিব লাগিব।

SSC Official Site Link | Apply Link

Staff Selection Commission বা SSC ৰ বাবে আপুনি পোন প্ৰথমে SSC ৰ official website ত যাব তাত আপোনাৰ Personal Data ৰ লগতে Educational Data খিনিও Upload কৰাৰ লগতে Photo আৰু Singanture Upload কৰিব লাগিব। তাৰ পিছত Payment টো কৰি ফাইনেল Submission কৰিব।

বয়সৰ ৰেহাই সীমা

অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন জাতিগোষ্টিয় লোকৰ বাবে বিভিন্ন বয়সৰ উৰ্ধসীমা উল্লেখ আছে। এই হিচাপ মতে আপুনি
বয়সৰ ৰেহাই সীমা চাই লব।

  • SC/ST: 5 years
  • OBC: 3 years
  • PWD: 10 years
  • PWD (OBC): 13 years
  • PWD (SC/ ST): 15 years
  • ESM: 3 years

আবেদন মাছুল

  • UR/OBC: Rs. 100/-
  • Women/ SC/ST/PWD/ Ex Serviceman: Nil
ADVERTISEMENT

Last Date

2024 চনৰ SSC Selection ৰ খালী হোৱা পদৰ গুৰুত্বপূৰ্ণ তাৰিখ

  • অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখ: ২৬ ফেব্ৰুৱাৰী ২০২৪
  • অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ: ১৮ মাৰ্চ ২০২৪

Join WhatsApp

Join Now

Join Telegram

Join Now

1 thought on “SSC Selection Post Recruitment| Total- 2049 Posts Apply Now ✅”

Leave a Comment