বন্ধু বান্ধৱী সকল আজি আমি আপোনালোকৰ বাবে কেইটামান Assamese Heart Touching Quotes বা Assamese Heart Touching Status লৈ আহিছোঁ। আশা কৰোঁ এই Assamese Heart Touching Quotes বা Assamese Heart Touching Status আপোনালোকৰ ভাল লাগিব।
আপুনি আৰু পঢ়িব পাৰে –
ইয়াত Notun Kisu ৱেবছাইটৰ জৰিয়তে আমি আপোনালোকৰ বাবে Good Morning Wish, Good Evening Wishe, Good Night Wishe ৰ লগতে কিছু মহৎ লোকৰ বাণী প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। যদি আপোনাৰ ভাল লাগিছে তেন্তে আপোনাৰ বন্ধু বান্ধৱী সকলৰ লগত Share কৰিব পাৰে।
Assamese Heart Touching Quotes
গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে পুনৰ উভটি নাহে।
জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাৱি সংঘৰ্ষ কৰি গলেহে সফলতা আহে।
সময়ৰ সোঁতত কিমান পৰ হ’ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কৰোৱাৰ হেৰাই গ’ল এসময়ৰ সৰল সপোন।
খং দেখুৱাই BYE কোৱাৰ পিছতো REPLY পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা।
যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই কলেও বুজিব নিবিচাৰে।
প্ৰিয়জনক দামী ঘড়ী উপহাৰ ডিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হব।
যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা।
গাঁৱৰ সেই কেঁচা অলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি, গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি, সেইবোৰ এতিয়া স্মৃতি।
অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ।
কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাক তো নাপালোঁ কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত।
অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁ টোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ।
যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া, লাজ নতুবা অভীমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হব কোনদিনা ?
এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভালপায়।
জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।
জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।
সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।
প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱাৰ উদাহৰণ।
তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে।
প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ
সকলো ভাল, অকল মই বেয়া।
সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।
সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।
তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?
আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।
গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।
যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যায়
আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।
পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব
প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়
জীৱনে এটা সুযোগ সদায় দিয়ে সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ
যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল। সেইদিনা তুমি মোতকৈও বেছি কান্দিবা ।
সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তুু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভালপোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে
জীৱনত নিজৰ লেখীয়া মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা লাভ নহ’ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল ।
দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, ম’বাইলৰ মাজত নাথাকে আমাৰ জীৱন দুশ টকা হাজিৰাৰ মাজতেই সীমিত
দেউতাক টানকৈ কথা কোৱাৰ আগতে দহবাৰ ভাবিবা , কাৰণ দেউতা নথকাতো কিমান কষ্টৰ কথা সেইটো ভাবিবলৈও ভয় লাগে।
জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয় কিন্তু আচল কথাটো হ’ল আপোনাৰ বাবে কিমানজন সুখী।
মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁহি দেখিছো।
বাস্তৱত বিজয়ী সেইজন মানুহ, যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে
ধনীৰ খং বেছি , দুখীয়াৰ ভোক বেছি , মধ্যবিত্তৰ সপোন বেছি।
তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা। ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাবনৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়।
আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ, স্কলখনে হাত বাউলী দি মাতে “আহ অলপ পঢ়ি যা, লগৰ লৰাবোৰৰ লগত অলপখেলি যা” সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল।
ভাল পোৱাটো বেয়া কথা নহয়, ভাল পোৱাক অপমান কৰাটো বেয়া কথা
কিছুমান মানুহ আছে, যি ভাগ্যত নাথাকিলেও, হৃদয়ত থাকে আজীৱন
মানুহৰ জীৱনটোৰ, জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়।
এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱ কিয় হেৰাল
গভীৰ নিশা + কাণত হেডফোন + কিছুমান প্রিয় গান = মই ভালে আছোঁ।
আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়।
জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী
কাৰণ ই এক প্রকাৰৰ শিক্ষা
আৰু এই শিক্ষাই পৰৱতী সমস্যাৰ
লগত যুঁজিবলৈ সাহস দিয়ে।
নিজকে মানুহৰ পৰা
অলপ সময় আঁতৰাই চোৱা
তুমি মানুহৰ বিষয়ে বহুত কথা
জানিব পাৰিবা।
সফলতাৰ তিনিটা সূত্র-
১/ বেলেগতকৈ বেছি জানক!
২/ বেলেগতকৈ বেছি কাম কৰক!
৩/ বেলেগতকৈ কম আশা কৰক!
জ্ঞানী মানুহৰ ভুল ধৰিলে
তুমি হ’বা তেওঁৰ বন্ধু।
মূর্খ মানুহৰ ভুল ধৰিলে
তুমি হ’বা তেওঁৰ শত্রু।
প্রতিটো কষ্টৰ
অভিজ্ঞতাই আমাৰ বাবে
এটা নতুন শিক্ষা।
চকুৰ পানীত অকল পানী নাথাকে
তাত থাকে কাৰোবাৰ
ভাঙি যোৱা সপোন।
পৃথিৱীৰ দুজন মানুহৰ সংখ্যা
সকলোতকৈ কম
সত্যবাদী আৰু প্রতিবাদিৰ।
জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল’ব।
জীৱনত কঠিন সময়খিনি
বহুত উপকাৰী, কাৰণ
এইটোৱে সেই সময় য’ত আনৰ
সঠিক ৰং দেখা পোৱা যায়।
মানুহ পৰিস্থিতিৰ দাস
পৰিস্থিতিয়ে কেতিয়াবা আমাক
এনে স্থানলৈ লৈ যায়,
য’ত তুমি আপোন হৈও
পৰ হৈ যোৱা।
ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল’বলগীয়া হ’লেহে
বুজা যায় নিজৰ প্রয়োজন আৰু সপোনবোৰতকৈ ঘৰখনৰ
প্রয়োজনবোৰ কিমান বেছি গুৰত্বপূর্ণ।
অপ্রিয় কিন্তু সত্য উপকাৰ এনেকুৱা এটা আচৰিত বস্তু,
যি কৰিলে পাহৰি যায়, আৰু নকৰিলে মনত ৰাখি থয়।
এটা সময়ত মানুহ নিজৰ ওচৰতো আমনিদায়ক হৈ পৰে,
যেতিয়া তেওঁৰ নিজক দিবলৈও একো নাথাকে,
আমি চাগে ইয়াকেই একাকীত্ব বুলি কওঁ।
শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি
কোৱাৰ সাহস নাথকে, তেনেহলে আপুনি সমাজৰ
বোজাৰ বাহিৰে একো নহয়।
জীৱনত সুখী হ’ব বিচৰা,
তেনেহলে সদায় প্রেম বিলাবলৈ
চেষ্টা কৰা, পাবলৈ নহয়।
সপোনবোৰ কাঁচৰ আইনাত
বন্দী হৈ আছে, দেখা যায়
কিন্তু চুব পৰা নাযায়।
সপোনবোৰ যিমান মধুৰ
বাস্তৱবোৰ সিমানেই নিষ্ঠুৰ।
জীৱনৰ বাটত কোন কেনেকুৱা চিনি পাব
শিকি গ’লো বুলিয়েই চাগে আজি
মোৰ বন্ধুৰ সংখ্যা কমি আহিছে।
সেইজন পুৰুষক পুৰুষ বুলি নকয়, যিয়ে নাৰীক
অপমান বা আত্মসন্মানত আঘাত দি পুৰুষালি দেখুৱাব খুজে,
আচলতে প্রকৃত পুৰুষ সেইজনহে যিয়ে নাৰীক ইয়াৰ পৰা নিৰাপদে
ৰখাৰ চেষ্টা কৰে।
অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ,
কিন্তু বিশ্বাস ঘাতক মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈ অসম্ভৱ।
খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে
সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা
গঢ় দিব পাৰে।
ভালপোৱা আৰু মৃত্যু দুয়োটাই মনে মনে আহে,
পার্থক্য মাথো ইমানেই ভালপোৱাই মন কাঢ়ি নিয়ে
আৰু মৃত্যুৱে জীৱন।
জীৱনত এনেই এজন মানুহ থকাটো খুবেই প্ৰয়োজন,
যাক হৃদয়ৰ কথাবোৰ কবলৈ শব্দৰ প্ৰয়োজন নহয়।
জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,
সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,
হে ভগবান, তুমি তাইক সকলো দিবা,
যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।
সকলোতে তোমাক দেখো,
কিন্ত্ত কি কৰিম।
সকলোতে তোমাৰ মনত পৰে,
কিন্ত্ত কি কৰিম।
মই অনুভৱ কৰিব নাজানো,
মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে
থাকিব নোৱাৰো।
পাহৰি যোৱা তাক
যি তোমাক পাহৰি গ’ল,
ভালপোৱা তাক যি তোমাক
ভালপাই।
মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি
দেখুৱাব নোৱাৰিম,
মোৰ হৃদয়ত তোমাৰ স্হান
দেখুৱাব নোৱাৰিম,
তুমি মোৰ বাবে কি?
ইয়াতকৈ বেছি বুজাব নোৱাৰিম।
খং কৰিবৰ বাবে
হাজাৰটা কাৰণ লাগে।
আৰু অভিমান কৰিবৰ বাবে
ভালপোৱাই যথেষ্ট।
যিজনে বহুত বেছি ভালপায়
তেওঁহে আপোনাক বহুত বেছি শাসন
আৰু অভিমান কৰে।
সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে, শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।
সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।
তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?
আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।
গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়।
যি হুলস্তূল কৰি ভিৰ কৰে তেওঁ ভিৰৰ মাজতে হেৰাই যাই সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যায়
আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য’ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবো যে আপুনি ভুল হ’ব পাৰে।
পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা সহজ হৈ পৰিব
প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায় কিছুমান শিক্ষা জীৱনেও দি যায়
জীৱনে এটা সুযোগ সদায় দিয়ে সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ
যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল। সেইদিনা তুমি মোতকৈও বেছি কান্দিবা ।
সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তুু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভালপোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে
জীৱনত নিজৰ লেখীয়া মানুহ কতো নোপোৱা। আৰু যদিও বিচাৰি ফুৰা লাভ নহ’ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল ।
দুখীয়াৰ জীৱন মানেই সংগ্ৰাম বন্ধু আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, ম’বাইলৰ মাজত নাথাকে আমাৰ জীৱন দুশ টকা হাজিৰাৰ মাজতেই সীমিত
দেউতাক টানকৈ কথা কোৱাৰ আগতে দহবাৰ ভাবিবা , কাৰণ দেউতা নথকাতো কিমান কষ্টৰ কথা সেইটো ভাবিবলৈও ভয় লাগে।
জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয় কিন্তু আচল কথাটো হ’ল আপোনাৰ বাবে কিমানজন সুখী।
মই স্বৰ্গ দেখা নাই কিন্তু মই আইৰ মুখত হাঁহি দেখিছো।
বাস্তৱত বিজয়ী সেইজন মানুহ, যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে
ধনীৰ খং বেছি , দুখীয়াৰ ভোক বেছি , মধ্যবিত্তৰ সপোন বেছি।
তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা। ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাবনৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়।
আজিও যেতিয়া স্কুলখনৰ সম্মুখেদি যাওঁ, স্কলখনে হাত বাউলী দি মাতে “আহ অলপ পঢ়ি যা, লগৰ লৰাবোৰৰ লগত অলপখেলি যা” সচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল।
ভাল পোৱাটো বেয়া কথা নহয়, ভাল পোৱাক অপমান কৰাটো বেয়া কথা
কিছুমান মানুহ আছে, যি ভাগ্যত নাথাকিলেও, হৃদয়ত থাকে আজীৱন
মানুহৰ জীৱনটোৰ, জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়।
এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱ কিয় হেৰাল
গভীৰ নিশা + কাণত হেডফোন + কিছুমান প্রিয় গান = মই ভালে আছোঁ।
আশা হল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহলে জীয়াই থাকিবলৈ বাধ্য কৰায়।
জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।
সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়।
প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱাৰ উদাহৰণ।
তুমি যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে।
প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ
সকলো ভাল, অকল মই বেয়া।
অপমান কৰাটো কাৰোবাৰ স্বভাৱ হব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ।
কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাক তো নাপালোঁ কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত।
অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁ টোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ।
যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া, লাজ নতুবা অভীমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হব কোনদিনা ?
এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভালপায়।
জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।
গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ’লে পুনৰ উভটি নাহে।
জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাৱি সংঘৰ্ষ কৰি গলেহে সফলতা আহে।
সময়ৰ সোঁতত কিমান পৰ হ’ল আৰু কিমান আপোন, বাস্তৱ আৰু কৰ্তব্যৰ মাজত কৰোৱাৰ হেৰাই গ’ল এসময়ৰ সৰল সপোন।
খং দেখুৱাই BYE কোৱাৰ পিছতো REPLY পোৱাৰ বাবে অপেক্ষা কৰা মানেই ভালপোৱা।
যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁ আজি বুজাই কলেও বুজিব নিবিচাৰে।
প্ৰিয়জনক দামী ঘড়ী উপহাৰ ডিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হব।
যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা।
গাঁৱৰ সেই কেঁচা অলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি, গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি, সেইবোৰ এতিয়া স্মৃতি।
তোমাৰ খংবোৰলৈ ভয় নালাগে কিন্তু তোমাৰ অভিমানবোৰলৈ ভয় লাগে।
আমি একেলগে তো আছোঁ কিন্তু আঁতৰে আঁতৰে আছোঁ,
জীয়াই তো আছোঁ কিন্তু বাধ্যত পৰি।
যাৰ ক’বলৈ একো নাথাকে তেওঁৰ মৌনতাখিনিয়ে বহুত কৈ যায়
আৰু ভালপোৱা তেওলোকৰ মাজতো জীয়াই থাকে যি মন গ’লেই ইজনে-সিজনক লগ কৰিব নোৱাৰে।
তোমাৰ অবিহনেও মোৰ চহৰলৈ বাৰিষা নামে কিন্তু সেই বৰষুণত ভালপোৱা নসৰে।
আমি সেইজনকহে বেছিকৈ বিচাৰোঁ যিজনে আমাক গুৰুত্বই দিব নিবিচাৰে।
কাৰোবাক ইমানো বেছি ভাল নাপাব যে তেওঁক গোটেই জীৱন পাহৰিবলৈ নোৱাৰিব।
কামনা কৰো যে, যিটো পলত তুমি হাঁহা সেই পল চিৰদিন থমকি ৰওক
অকণমান ভুলতেই কাৰোবাৰ পৰা আঁতৰি আহি
সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাব কাৰণ
এই পৃথিৱীত কাৰোবাক আপোন কৰিবলৈ গোটেই জীৱন লাগি যায়।
কোনোবা ভাঙি গ’লে তেওঁক সজাবলৈ শিকক,
কোনোবাই অভিমান কৰিলে তেওঁৰ অভিমান ভাঙিবলৈ শিকক,
সম্পৰ্ক এটাক সফল কৰাটোও সহজ কেৱল
মাত্ৰ পালন কৰিবলৈ শিকক।
সেইজনে আপোনাক প্ৰকৃততে কেতিয়াও ভাল পাব নোৱাৰে
যিজনে কেৱল নিজৰ প্ৰয়োজনত হে আপোনাক মনত পেলায়।
যিজনে আপোনাৰ শব্দবোৰক গুৰুত্ব নিদিয়ে সেইজনৰ বাবে
আপোনাৰ মৌনতাই হৈছে উত্তম প্ৰত্যুত্তৰ।
প্ৰেম যদি কেৱল চেহেৰাৰ লগত হ’লহেতেন ভগৱানে কেতিয়াও হৃদয় নবনালেহেতেন।
আপোনাৰ পৰা কোনোবা আঁতৰি গৈছে তাক চিন্তা বা দুখ নকৰিব কিয়নো
জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন।
ভালপোৱাত সদায় ইজনে সিজনক
বুজিবলৈ চেষ্টা কৰিব লাগে
জুখিবলৈ নহয়।
তেওঁ কাষত থাকক বা নাথাকক
তেওঁ সময় দিয়ক বা নিদিয়ক
ইজনৰ আনজনৰ প্ৰতি থকা সন্মান
আৰু বিশ্বাসেহে এটা সম্পৰ্কক সজীৱ কৰি জীয়াই ৰাখে
সঁচা ভালপোৱা বিচাৰি পোৱা নাযায়; ইয়াক গঢ়িব লাগিব।
যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি
আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে সেইজনএ কেতিয়াও
আপোনাক সঁচা ভাল পাব নোৱাৰে কিন্তু
যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখা পাই জীৱনলৈ আহে
সেইজনহে আপোনাক সঁচা ভাল পাব পাৰে।
অকলশৰেই পাৰ কৰিব লাগে জীৱনৰ কিছুমান যাত্ৰা
জীৱনৰ প্ৰতিটো বাটত তোমাৰ সতে সংগী নাথাকে।
সেইজন কেতিয়াও কাৰোৰে আপোন হ’ব নোৱাৰে
যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে।
এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব নোৱাৰি
গুৰুত্ব দিবলৈ শিকি লোৱা
কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ
আঁতৰি গ’লে উভটি নাহে।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ Notun Kisu ৱেবচাইটত দিয়াৰ বাবে, ওপৰৰ Assamese Heart Touching Quotes যদি আপোনানাৰ ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰিব।