ADVERTISEMENT
---Advertisement---

বিয়াৰ পাছতো পৰকীয়া কৰে এই ৪ টা ৰাশিৰ পুৰুষ ! আপুনি জানিলে আচৰিত হ’ব

By: Notun Kisu

On: মাৰ্চ 22, 2024

Follow Us:

What are the reasons Men look around for extra marital relationship
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

গোটেই জীৱন সম্পর্ক ধৰি ৰখাটো ইমান সহজ কথা নহয়, আমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা প্রেম আহে, কিন্তু সেয়া যদি বিয়াৰ পিছত বা অইন কোনো সম্পর্কত থকাৰ সময়ত হয় তেনেহলে সেয়া হ’ব বিপতজনক ! কিন্তু আমি আজি যি ৪ টা ৰাশিৰ পুৰুষৰ কথা কম, সেই ৰাশিৰ পুৰুষে বিয়াৰ পিছতো পৰকীয়া প্রেম কৰে ! সেই ৰাশি ৪ টা হৈছে –

ADVERTISEMENT

কন্যা ৰাশি

এই ৰাশিৰ জাতক জাতিকা সকলে নিজৰ প্রতি এটা ডাঙৰ ধাৰণা ৰাখে, নিজতকৈ বেলেগক সৰু বুলি ভাবে, এই ৰাশিৰ জাতক জাতিকা সকলে বেলেগক ভালদৰে জানিব পাৰে ! সংগী যদি অইন কাৰোবাৰ লগত সম্পর্কত জড়িত হয় তেনেহলে সেই সম্পর্কৰ পৰা উলাই আহিবলৈ এক মিনিটো নাভাবে এই ৰাশিৰ জাতক জাতিকা সকলে ! কিন্তু এই ৰাশিৰ জাতক সকলে অতি সহজে কাৰোবাৰ লগত সম্পর্কত জড়িত হয়, সকলোতকৈ উল্লেখযোগ্য কথাটো হ’ল যে এই ৰাশিৰ জাতক সকলে অতি চালাকিৰ সৈতে গোপনে সম্পর্কত জড়িত হ’ব পাৰে, আৰু সেয়া অতি সহজে মানুহে গ’ম নাপায়।

কুম্ভ ৰাশি

এই ৰাশিৰ জাতক সকলে নীতিবাদী, কিন্তু কুম্ভ ৰাশিৰ জাতক সকলে বিয়াৰ পিছতো নিৰাপত্তাহীনতাই ভোগে, সেই বাবে বিয়াৰ পিছতো পৰকীয়া প্রেমত লিপ্ত হয় । সংগীৰ প্রতি ইমান বিশ্বাস নাপায় এই ৰাশিৰ জাতক সকলে, কিন্তু সংগীৰ বিশ্বাস ভাঙি ইমান সুখী নহয় এই ৰাশিৰ জাতক সকলে । এই ৰাশিৰ জাতক সকলে এনেকুৱা কিছুমান কাম কৰে, কৰাৰ পিছত সেই কামৰ প্রতি নিজেই লজ্জিত হয়।

সিংহ ৰাশি

এই ৰাশিৰ জাতক সকলে নিজক লৈ বহুত চিন্তিত হয়, এই ৰাশিৰ জাতক সকলৰ সংগী যিমানেই সুন্দৰী নহওক কিয়, তাৰ পাছতো অইন নাৰীৰ প্রতি চকু যায় ! এই ৰাশিৰ জাতক সকলে নিজক নিয়ন্ত্রণ কৰিব নোৱাৰে, সেই বাবে অইন নাৰী প্রতি আকৃষ্ট হয় । এই ৰাশিৰ জাতক সকলে সকোলো সময়ত সংগীৰ মনোযোগ বিচাৰে, আৰু যদি সেয়া নাপায় তেনেহলে অতি সহজে পৰকীয়া প্রেমত লিপ্ত হয়।

বৃশিক ৰাশি

আপোনাৰ সংগী যদি বৃশিক ৰাশিৰ হয়, তেনেহলে গোটেই জীৱন চেষ্টা কৰিও তাক জনা সম্ভৱ নহয় ! কাৰণ বৃশিক ৰাশিৰ জাতক সকলে মনটো বহুত ৰহস্যময়, নিজৰ মনৰ কথা কাৰো লগত প্রকাশ নকৰে ! অকল সেয়াই নহয় সন্দৰকৈ কথাও ক’ব পাৰে এই ৰাশিৰ জাতক সকলে, বেছিভাগ ক্ষেত্রত এই ৰাশিৰ জাতক সকলে গোপন প্রেমৰ কথা গোপনে ৰাখিব পাৰে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment