গাড়ীত Fastag লগোৱা আছে যদি ২৯ ফেব্ৰুৱাৰী আগতে কৰি লওক KYC অন্যথা নিষ্ক্ৰিয় হব পাৰে Fastag
Fastag ক লৈ ডাঙৰ খবৰ আহিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ফাষ্টাগ কে ৱাই চি উন্নীতকৰণৰ তাৰিখ বৃদ্ধি কৰিছে। NHAI এ Fastag KYC 2024 আপডেট কৰিবলৈ আৰু এমাহৰ সময় দিছে। ইয়াৰ পূৰ্বে কে ৱাই চি সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ আছিল ২০২৪ চনৰ ৩১ জানুৱাৰী। এতিয়া ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত Fastag ৰ KYC সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ পূৰ্বে … Read more