ADVERTISEMENT
---Advertisement---

ৰবিবাৰৰ দিনা-কিদৰে সূৰ্য্যদেৱক জল অৰ্পণ কৰিব জানি লওক..

By: Notun Kisu

On: মাৰ্চ 30, 2024

Follow Us:

things to do on sunday for happy life
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

তামৰ পাত্ৰত জল লৈ ঔম সূৰ্য্যয় নমাহঃ মন্ত্ৰটিৰ জাপ কৰি-উদয় হোৱা সূৰ্য্যক জল অৰ্পণ কৰিব লাগে। ইয়াৰ পাছত-ঔম আদিত্যায়ে নমাহঃ মন্ত্ৰটিৰ জাপ কৰি সূৰ্য্যক প্ৰণাম কৰিব লাগে।

ADVERTISEMENT

ভগৱান সূৰ্য্যক অৰ্পণ কৰা জল-টামৰ পাত্ৰত গোটাই মদাৰ গছত অৰ্পণ কৰিব লাগে।মদাৰ গছত জল অৰ্পণ কৰিব নোঁৱাৰিলে-তুলসীত অৰ্পণ কৰিব লাগে।

ৰবিবাৰে কি বস্তুৰ দান কৰিব লাগে-

অহসায় লোকক ৰবিবাৰৰ দিনা-ঘেহুঁ-গুড়,গাত লোৱা কাপোৰ,কম্বল আদি দান কৰিব লাগে।এই মাহৰ কোনো এটা ৰবিবাৰে চাউল আৰু অন্য খোৱাৰ সামগ্ৰী-দান কৰাৰ বিধানৰ কথা কোৱা হৈছে।লগতে কোনো গো-শালত ঘাঁহ আৰু কিছু ধন দান কৰিব লাগে।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment