এই ৪ ৰাশিৰ পুৰুষ স্বামী হিচাপে উত্তম সেই ৰাশি সমূহ কি?

Notun Kisu

মাৰ্চ 21, 2024

4 zodiac signs that make the best husband
ADVERTISEMENT

প্রতিটো ছোৱালী বিচাৰে তাৰ স্বামী যাতে বহুত ভাল হয়, সকলো সময়ত তাৰে কথা শুনে ! অকল তাকেই ভাল পায়, কিন্তু কিছুমান ক্ষেত্রত সেয়া দেখা নাজায় । কিছুমান ক্ষেত্রত দেখা যায়, বিয়া হোৱাৰ পিছত বিবাহিত জীৱনত সুখ-শান্তি নহয় ।

ADVERTISEMENT

আজি আমি যি ৪টা ৰাশিৰ কথা কম, এই ৪টা ৰাশিৰ পুৰুষৰ লগত যদি এজনী ছোৱালীৰ বিয়া হয় তেনেহলে গোটেই জীৱন সুখী হৈ থাকিব পাৰিব ! সেই ৪টা ৰাশি কি জানক –

কর্কট ৰাশি

জ্যোতিষ অনুসৰি এই ৰাশিৰ পুৰুষ স্বামী হিচাপে বহুত ভাল হয় ! এই সকলৰ মাজত পাৰফেক্ট স্বামী হোৱাৰ গুণ থাকে । এই ৰাশিৰ পুৰুষ কেতিয়াওঁ নিজৰ প্রতিশ্রুতিৰ পৰা পিছুৱাই জানায় । এই ৰাশিৰ পুৰুষ তাৰ পত্নীৰ প্রতি বহুত বিশ্বাসী হয়, তাৰ সংগীক গোটেই জীৱন সুখত ৰাখিবলৈ কঠোৰ পৰিশ্রম কৰে ! সেই বাবে স্বামী হিচাপে কর্কত ৰাশিৰ পুৰুষ বহুত ভাল হয়।

মকৰ ৰাশি

ৰাশিৰ পুৰুষ বহুত ৰোমান্টিক আৰু যত্নৱান হয়, এই ৰাশিৰ পুৰুষে নিজৰ সংগীৰ প্রতি বহুত গুৰুত্ব দেয়, লগতে তাইক সকলো সময়ত সুখত ৰাখিবলৈ চেষ্টা কৰে ! এই ৰাশিৰ পুৰুষে তাৰ সংগীক ছাৰপ্রাইজ দিয়ে । এই ৰাশিৰ পুৰুষৰ সকলোতকৈ ভাল গুণ হ’ল তেওলোকে কেতিয়াওঁ বিশ্বাসঘাতকতা নকৰে । সেই বাবে মকৰ ৰাশিৰ পুৰুষক জীৱন সংগী কৰিব লাগে ।

মীন ৰাশি

স্বামী হিচাপে নিজৰ প্রতিশ্রুতিৰ প্রতি বহু সচেতন এই ৰাশিৰ জাতক সকল, এই ৰাশিৰ জাতক সকলৰ ওচৰত নিৰাপদ ও সুখী থাকে তাৰ সংগী । এই ৰাশিৰ জাতক সকল যেতিয়া এটা দায়িক্ত লয় সেয়া পূৰণ কৰিহে এৰে । সেই বাবে এই ৰাশিৰ জাতকক জীৱন সংগী কৰিব পাৰিলে বহুত ভাল ।

ধনু ৰাশি

এই ৰাশিৰ জাতক সকলে তাৰ পত্নীৰ যি কাম অপছন্দ সেই কাম কেতিয়াওঁ নকৰে ! এই ৰাশিৰ লোক সকল পত্নীৰ প্রতি বিশ্বাসী ও সম্পর্কত স্থিৰ থাকিবলৈ পছন্দ কৰে । যাৰ ভাগ্য ভাল সেই জনেই অকল এই ৰাশিৰ জাতকক জীৱন সংগী কৰিব পাৰে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Leave a Comment