কণী খাই ভাল নোপোৱা মানুহ হয়তো বহুত কমেই আছে ৷ কিন্তু এই লৈ সদায় বিতর্ক চলি আহিছে, হাঁহৰ নে মুর্গীৰ কণী বেছি পুষ্টিকৰ ৷ পুষ্টিৰ মূল্যাংকন কৰিলে দুয়োৰে পুষ্টিগুণ প্ৰায় একেই নে কিবা পাৰ্থক্য় আছে সেয়া আজি আমি আলোচোনা কৰিব গৈ আছো ৷
সহজ কথাত কব গলে হাঁহৰ কণীৰ পুষ্টিৰ পৰিমাণ সামান্য বেছি ৷ সেই বুলি কুকুৰাৰ কণীৰ পুষ্টিৰ পৰিমাণও কম নহয় ৷
১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে ৷ ৷ ১০০ গ্ৰাম হাঁহৰ কণীত প্ৰটিনৰ পৰিমাণ ১৩.৫ গ্ৰাম ৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৩.৭ গ্ৰাম চর্বি ৷ ১০০ গ্ৰাম হাঁহৰ কণীত কেলচিয়াম ৭০ মিঃগ্ৰাম, আইৰন ৩ মিঃগ্ৰাম, ভিটামিন ২৬৯ মাইক্ৰ’গ্ৰাম ৷
১০০ গ্ৰাম হাঁহৰ কণীত
1 | শক্তি | ১৮১ কিলোকেলৰি |
2 | প্ৰটিন | ১৩.৫ গ্ৰাম |
3 | চর্বি | ১৩.৭ গ্ৰাম |
4 | কেলচিয়াম | ৭০ মিঃগ্ৰাম |
5 | আইৰন | ৩ মিঃগ্ৰাম |
6 | ভিটামিন | ২৬৯ মাইক্ৰ’গ্ৰাম |
১০০ গ্ৰাম মুর্গীৰ কণীত ১৭৩ কিলোকেলৰি শক্তি থাকে ৷ মুর্গীৰ কণীৰ ১০০ গ্ৰামত প্ৰটিন থাকে ১৩.৩ গ্ৰাম ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত ১৩.৩ গ্ৰাম চর্বি থাকে ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত কেলচিয়াম ৬০ মিঃগ্ৰাম, আইৰন ২.১ মিঃগ্ৰাম, ভিটামিন ২৯৯ মাইক্ৰ’গ্ৰাম ৷
১০০ গ্ৰাম মুর্গীৰ কণীত
1 | শক্তি | ১৭৩ কিলোকেলৰি |
2 | প্ৰটিন | ১৩.৩ গ্ৰাম |
3 | চর্বি | ১৩.৩ গ্ৰাম |
4 | কেলচিয়াম | ৬০ মিঃগ্ৰাম |
5 | আইৰন | ২.১ মিঃগ্ৰাম |
6 | ভিটামিন | ২৯৯ মাইক্ৰ’গ্ৰাম |