ADVERTISEMENT

হাঁহৰ নে মুর্গীৰ কণী স্বাস্থ্যৰ পক্ষে উপকাৰী? অজি জানক বিজ্ঞানসন্মত কথা –

Duck or chicken eggs are good for health

কণী খাই ভাল নোপোৱা মানুহ হয়তো বহুত কমেই আছে ৷ কিন্তু এই লৈ সদায় বিতর্ক চলি আহিছে, হাঁহৰ নে মুর্গীৰ কণী বেছি পুষ্টিকৰ ৷ পুষ্টিৰ মূল‍্যাংকন কৰিলে দুয়োৰে পুষ্টিগুণ প্ৰায় একেই নে কিবা পাৰ্থক্য় আছে সেয়া আজি আমি আলোচোনা কৰিব গৈ আছো ৷

ADVERTISEMENT

সহজ কথাত কব গলে হাঁহৰ কণীৰ পুষ্টিৰ পৰিমাণ সামান্য বেছি ৷ সেই বুলি কুকুৰাৰ কণীৰ পুষ্টিৰ পৰিমাণও কম নহ​য় ৷

১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে ৷ ৷ ১০০ গ্ৰাম হাঁহৰ কণীত প্ৰটিনৰ পৰিমাণ ১৩.৫ গ্ৰাম ৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৩.৭ গ্ৰাম চর্বি ৷ ১০০ গ্ৰাম হাঁহৰ কণীত কেলচিয়াম ৭০ মিঃগ্ৰাম, আইৰন ৩ মিঃগ্ৰাম, ভিটামিন ২৬৯ মাইক্ৰ’গ্ৰাম ৷

১০০ গ্ৰাম হাঁহৰ কণীত

1শক্তি১৮১ কিলোকেলৰি
2প্ৰটিন১৩.৫ গ্ৰাম
3চর্বি১৩.৭ গ্ৰাম
4কেলচিয়াম৭০ মিঃগ্ৰাম
5আইৰন৩ মিঃগ্ৰাম
6ভিটামিন২৬৯ মাইক্ৰ’গ্ৰাম
ADVERTISEMENT

১০০ গ্ৰাম মুর্গীৰ কণীত ১৭৩ কিলোকেলৰি শক্তি থাকে ৷ মুর্গীৰ কণীৰ ১০০ গ্ৰামত প্ৰটিন থাকে ১৩.৩ গ্ৰাম ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত ১৩.৩ গ্ৰাম চর্বি থাকে ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত কেলচিয়াম ৬০ মিঃগ্ৰাম, আইৰন ২.১ মিঃগ্ৰাম, ভিটামিন ২৯৯ মাইক্ৰ’গ্ৰাম ৷

১০০ গ্ৰাম মুর্গীৰ কণীত

1শক্তি১৭৩ কিলোকেলৰি
2প্ৰটিন১৩.৩ গ্ৰাম
3চর্বি১৩.৩ গ্ৰাম
4কেলচিয়াম৬০ মিঃগ্ৰাম
5আইৰন২.১ মিঃগ্ৰাম
6ভিটামিন২৯৯ মাইক্ৰ’গ্ৰাম

Treading

Assamese Caption

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

Morning Wish

আজি আপোনালোকৰ বাবে কিছু সুপ্ৰভাত বাণী লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

Assamese Quotes

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।