হাঁহৰ নে মুর্গীৰ কণী স্বাস্থ্যৰ পক্ষে উপকাৰী? অজি জানক বিজ্ঞানসন্মত কথা –

Notun Kisu

Duck or chicken eggs are good for health

কণী খাই ভাল নোপোৱা মানুহ হয়তো বহুত কমেই আছে ৷ কিন্তু এই লৈ সদায় বিতর্ক চলি আহিছে, হাঁহৰ নে মুর্গীৰ কণী বেছি পুষ্টিকৰ ৷ পুষ্টিৰ মূল‍্যাংকন কৰিলে দুয়োৰে পুষ্টিগুণ প্ৰায় একেই নে কিবা পাৰ্থক্য় আছে সেয়া আজি আমি আলোচোনা কৰিব গৈ আছো ৷

সহজ কথাত কব গলে হাঁহৰ কণীৰ পুষ্টিৰ পৰিমাণ সামান্য বেছি ৷ সেই বুলি কুকুৰাৰ কণীৰ পুষ্টিৰ পৰিমাণও কম নহ​য় ৷

১০০ গ্ৰাম হাঁহৰ কণীত ১৮১ কিলোকেলৰি শক্তি থাকে ৷ ৷ ১০০ গ্ৰাম হাঁহৰ কণীত প্ৰটিনৰ পৰিমাণ ১৩.৫ গ্ৰাম ৷ ১০০ গ্ৰাম হাঁহৰ কণীত ১৩.৭ গ্ৰাম চর্বি ৷ ১০০ গ্ৰাম হাঁহৰ কণীত কেলচিয়াম ৭০ মিঃগ্ৰাম, আইৰন ৩ মিঃগ্ৰাম, ভিটামিন ২৬৯ মাইক্ৰ’গ্ৰাম ৷

১০০ গ্ৰাম হাঁহৰ কণীত

1শক্তি১৮১ কিলোকেলৰি
2প্ৰটিন১৩.৫ গ্ৰাম
3চর্বি১৩.৭ গ্ৰাম
4কেলচিয়াম৭০ মিঃগ্ৰাম
5আইৰন৩ মিঃগ্ৰাম
6ভিটামিন২৬৯ মাইক্ৰ’গ্ৰাম

১০০ গ্ৰাম মুর্গীৰ কণীত ১৭৩ কিলোকেলৰি শক্তি থাকে ৷ মুর্গীৰ কণীৰ ১০০ গ্ৰামত প্ৰটিন থাকে ১৩.৩ গ্ৰাম ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত ১৩.৩ গ্ৰাম চর্বি থাকে ৷ ১০০ গ্ৰাম মুর্গীৰ কণীত কেলচিয়াম ৬০ মিঃগ্ৰাম, আইৰন ২.১ মিঃগ্ৰাম, ভিটামিন ২৯৯ মাইক্ৰ’গ্ৰাম ৷

১০০ গ্ৰাম মুর্গীৰ কণীত

1শক্তি১৭৩ কিলোকেলৰি
2প্ৰটিন১৩.৩ গ্ৰাম
3চর্বি১৩.৩ গ্ৰাম
4কেলচিয়াম৬০ মিঃগ্ৰাম
5আইৰন২.১ মিঃগ্ৰাম
6ভিটামিন২৯৯ মাইক্ৰ’গ্ৰাম

Leave a Comment