মানুহৰ জীৱনত কেতিয়াবা দুঃখ কেতিয়াবা হাঁহি ফুৰ্তি আহে। আপুনি হাঁহি থকা সময়ত আপোনাৰ ওচৰত প্ৰিয় মানুহসমূহ প্ৰায়ে থাকে কিন্তু দুখৰ সময়ত হয়তো কোনেও নেথাকে আৰু তেনে সময়তে আপুনি অনুভৱ কৰে কিছু Assamese Sad Quotes নহয় জানো।
হয়, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছু Assamese Sad Quotes for Instagram, Assamese Sad Quotes for Facebook, Assamese Sad Quotes for WhatsApp যি আপুনি ইয়াৰ পৰা লব পাৰিব।
এই Assamese Sad Quotes সমূহক আপুনি Assamese Captions হিচাপেও ব্যৱহাৰ কৰিব পাৰিব।
Assamese Sad Quotes for Facebook/ Instagram/ WhatsApp
বৰ্তমান সময়ত আপুনি কাৰোবাৰ সৈতে কিবা পৰোক্ষভাৱে কব খুজিলে WhatsApp Status য়ে বহুত সহায় কৰে। আজি যদি আপুনি আপোনাৰ মন বেয়া হোৱা বাবে Assamese Sad Quotes বা Assamese Sad Captions বা Assamese Sad Status বিচাৰি আছে তেন্তে Notun Kisu নামৰ এই ৱেবছাইটোৱে বহুত উপকাৰ কৰিব।
Assamese Sad Quotes for Facebook
এটা সম্পর্ক কৰিবলৈ দুজনৰ প্রয়োজন, আৰু ভাঙিবলৈ অজনে যথেষ্ট।
আমি perfect নহ’লেও বিশ্বাস যােগ্য হােৱা খুবেই প্রয়ােজন।
সেই জনক আপােন কৰি লওক যিয়ে সমাজত আপােনাক চিনাকি কৰি দিবলৈ লাজ নকৰে।
প্রয়ােজনত অতি বিশ্বাসী ও অতি নিৰ্ভৰযােগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু প্ৰয়ােজনৰ শেষত অৱহেলিত ব্যক্তিলৈ ৰূপান্তৰিত।
অকলশৰীয়া হৈ যায় সেই সকল লােক যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে।
সময়বােৰৰ কথাতাে নাজানাে, কিন্তু মানুহ বােৰ সঁচাই সলনি হৈ যায়।
সমন্ধ এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সমন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্রয়ােজনৰ পৰা নহয়।
বেলেগক দিয়া কষ্টবােৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ’ব পাৰে সময় বােৰ।
চকুপানীৰ আঁৰত থকা দুখবােৰ কোনাে নেদেখে, কিন্তু ভুল বােৰ সকলােৱে দেখে।
সময় বােৰ সদায় একেই হৈ নাথাকে, কান্দিব সেই জনেও লাগে যি সদায় আনক কন্দুয়াই।
তুমি পইচা বনােৱা সমন্ধ বােৰ মানুহবােৰে নিজেই বনাই ল’ব।
দুখ বােৰ সদায় চকুপানী হৈ প্রকাশ নাপাই, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্রকাশ পাই।
সময় বােৰ হেৰাই যােৱাৰ পাছত, এটা কথা প্রায় অনুভৱ হয় দেউতাই প্রতিটো কথাই সঁচাকৈ কৈছিল।
মই এই সেই জন ভাগ্যবান মানুহ, যাক কাৰােবাৰ দৰকাৰ হলেহে মনত পৰে।
মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে কোনােবা খিনিত হৃদয়খনে ফেঁকুৰী উঠে।
অকলশৰে থকাই ভাল কোনােৱেই দুখ দিব নােৱাৰে।
অলপ সাৱধানে থাকিলৈ শিকক, আজিকালি মানুহবােৰে সুখবােৰ কাঢ়িলৈ কয় সুখত থাকিবা।
ভাল বুলি সকলােৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আঁচল বন্ধু।
কেতিয়াও নিজৰ স্বার্থৰ কাৰণে অন্যৰ সজোৱা সপোন নাভাঙিব। হ্রদয়ৰ, অনুভূতি স্বার্থ শেষ হ’লে হয়তো আপুনি গুচি যাব, কিন্ত সেই মানুহজনৰ সপোন বোৰ আৰু নতুনকৈ সজাব নোৱাৰিব।
নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্রিয় জনে সংগ এৰি দিয়ে।
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছো। পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।
কেতিয়াবা কিবা এটা স্পিচিয়াল পাবলৈ গৈ পিচত বহুত ইম্পর্টেন্ট কিবা হেৰাৱ লগা হয়।
জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথোঁ স্বার্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে।
জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰী।
এদিন তোমাৰ এনেকুৱা এটা সময় আহিব যিদিনা মোলৈ নহয় মই দিয়া মৰমবোৰৰলৈ বহুত মনত পৰিব।
সেইদিনা মোক বহুত Miss কৰিবা আৰু বিচাৰিলেও কাষত নাপাবা।
কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্রতিটো মুহৰ্তৰ অনুভতি বিলাক পাহৰি যোৱাটো।
আপোন যেন লগা প্রত্যেক জন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়।
প্রেম নামৰ কিতাপখন হাঁহিৰে আৰাম্ভ হয়, আৰু চকুলোৱে সমাপ্ত হয়।
Assamese Sad Quotes for Instagram
তেতিয়া বৰষুণজাক আহিলেই তোমালে মনত পৰিছিল,
এতিয়া তোমালে মনত পৰিলেই বৰষুণ এজাক সৰি পৰে।
পার্থক্য মাথোঁ ইমানেই সেইজাক বৰষুণ বাৰিষাৰ এইজাক মোৰ দুচকুৰ।
জীৱনটোয়ে ইমান কষ্ট দিয়ে! তথাপিওঁ মনত বহুত আশা থাকে, মনটোৱে কয় একো নহয় চেষ্টা কৰি
আগুৱই যা, এদিন নহয় এদিন সফল হ’ব পাৰিবি।
আপোনাক বহুত ভালপোৱা মানুহক কেতিয়াও আঘাত নিদিব, কাৰণ তেওঁলোকে আপোনাক উত্তৰত আঘাত নিদিয়ে। কিন্তু তেওঁলোকৰ হয়তো আপোনাক চিৰদিনৰ বাবে এৰি যোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে…!
তুমি যুঁজিবলৈ যোগ্য নহয়, কিন্তু তুমি মোক কেতিয়াও থাকিবলৈ কোৱাৰ বাবেই মই তোমাৰ বাবে যুঁজ দিয়াতকৈ আঁতৰি যোৱাটোৱেই পছন্দ কৰিলোঁ…!
জীৱনত আগবাঢ়ি যোৱাটো কঠিন কাম নহয়, কাৰোবাক এৰি যোৱাটোৱেই, তুমি ভাবিছিলা যে তোমাৰ লগত আগবাঢ়ি যোৱাৰ উদ্দেশ্য আছিল |
জীৱনত কাৰো বাবে কেতিয়াও কান্দিব নালাগে, কাৰণ তুমি যিসকলৰ বাবে কান্দিছা তেওঁলোক চকুপানীৰ যোগ্য নহয় আৰু যিসকল যোগ্য তেওঁলোকে তোমাক কেতিয়াও কান্দিব নিদিয়ে।
মই জানো তুমি ঘূৰি নাহিবা কিন্তু মোৰ হৃদয়ে এই কথা মানি ল’বলৈ বহুত সময় লাগিব৷
দৈনিক কাৰোবাক কথা পতাৰ অভ্যাস হ’লে তেওঁৰ লগত কথা নোপোৱাকৈ এটা দিন যেন এবছৰ পাৰ হৈ গ’ল লাগে ৷ জীৱনৰ সত্য
মানুহজনক জীয়াই থকাৰ সময়ত মূল্য দিয়ক মৃত্যুৰ সময়ত তেওঁৰ বাবে কান্দিব নালাগে।
গীত আৰু শব্দৰ এটা যাদু আছে, যেতিয়া তুমি সুখী হোৱা গীতটো অকল হোনা, কিন্তু যেতিয়া তুমি দুখী হোৱা তেতিয়া তুমি গীতটো বুজি পোৱা…!
প্ৰতিজন ফ্লাৰ্টী ল’ৰাৰ আঁৰত এজনী ছোৱালী থাকে যিয়ে তেওঁক কোনো কাৰণ নোহোৱাকৈ অকলে এৰি থৈ যায়!!
কেতিয়াবা আমি ভিতৰি ভিতৰি দুখী হৈ নিজৰ অনুভৱ প্ৰকাশ কৰিব বিচাৰো কিন্তু আমাৰ দুখ বুজাবলৈ ভাল শব্দ বিচাৰি নাপাওঁ। যিসকলে নিজৰ অনুভৱ বুজাব বা ক’ব নোৱাৰে তেওঁলোকৰ বাবে আমি এই অতি দুখজনক স্থিতিবোৰ তালিকাভুক্ত কৰিছো যাতে আপুনি আপোনাৰ মনৰ অনুভৱ প্ৰকাশ কৰিব পাৰে ৷
হৃদয়খন শিল নহয় যদিও তথাপিও ভাঙি যায়। মানুহ বতৰ নহয়, তথাপিও সলনি হৈ যায়।
কব বিচাৰিছোঁ, তোমাতকৈ মৰমৰ কোনো নাই। মই কেৱল তোমাক ভাল পাওঁ, তোমাক ভাল পাব বিচাৰো।
আপুনি যিমানেই আপোনাৰ প্ৰকৃত অনুভৱ দেখুৱাব সিমানেই মানুহে আপোনাক আঘাত দিয়াৰ উপায় বিচাৰি পায়।
আচৰিত কথা যে কোনোবাই আপোনাৰ হৃদয়খন কেনেকৈ ভাঙি পেলায় কিন্তু তথাপিও আপুনি তেওঁলোকক সকলো সৰু সৰু ভঙা টুকুৰাৰে ভাল পায়৷
কিছুমান যুদ্ধ অকলে কৰিব লাগে,কিছুমান বাট অকলে পাৰ হব লাগে, গতিকে কেতিয়াও চিনাকি কাৰোবাৰ লগত আৱেগিকভাৱে আকৰ্ষিত নহব যেতিয়া অকলে খোজ কাঢ়িব লাগে।
হাঁহি থাকিব… আৰু এদিন জীৱনটো আপোনাক বিচলিত কৰি ভাগৰি পৰিব
জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰিখিবা আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব।
কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰে, তেন্তে সেই কথা নিদিয়াই ভাল।
জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰী।
আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা। মনত ৰাখিা, বিশ্বাসৰ মর্যাদা ৰাখিব
নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়।
সময় খুব ৰহস্যময়, জানুৱাৰীত থকা প্রিয় মানুহ বিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়।
Assamese Sad Quotes for WhatsApp Status
সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সচাঁ এজনক পোৱাটোহে কঠিন।
মুখৰ কথাৰে বহুতে আপোন বুলিয়ে কয়, কিন্তু সময়ত হে বুজা যায় কোন আপোন আৰু কোন পৰ।
আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰ গোটেই জীৱন কান্দুৱাই।
দুখ মোৰো লাগে কিন্তু আনৰ দৰে দেখোওৱাই কান্দিব নাজানো, মনে মনে সকলো সহ্য কৰো।
এটা মিছা সম্পর্ক ধৰি ৰখাতকৈ সন্মুখত বেয়া পাও বুলি কৈ দিয়াইন ভাল।
এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কান্দুৱাববলৈ মানুহৰ লাইন লাগি যাব।
“অৱহেলা” শব্দ টি বহুত সৰু, কিন্তু ই হ’ল সকলোতকৈ বেছি “যন্ত্রণাদায়ক”।
জীৱনত কিছুমান প্রশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পােৱা নাযায়,
কিছুমান ভুল থাকে যিবােৰ কেতিয়াও শুদ্ধৰাব নােৱাৰি, আৰু
কিছুমান কষ্ট থাকে যিবােৰ কাকো ক’ব নােৱাৰি…।
অৱহেলা যত ৰাজত্ব কৰে, ভালপোৱা তাতে মূল্যহীন হৈ পৰে। আৰু লাহে লাহে ভালপোৱাবোৰ হেৰাই গৈ থাকে।
এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই, যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।
মোবাইলটো বাজিলেই তুমি বুলি ভাবি দৌৰি যোৱা অভ্যাসটো মোৰ এতিয়াও থাকিলেই।
জীৱনত এনেকুৱা এজন মানুহৰ প্রয়ােজন, যিয়ে স্বার্থ নােহােৱাকৈ ভাল পাব আৰু প্রয়ােজন নােহােৱাকৈ খবৰ ল’ব।
চাকৰি পােৱা পাছত লগ দিয়া জনী নালাগে বেকাৰ অৱস্থাৰ পৰা চাকৰি পােৱালৈকে হাতে হাত ধৰি আগুৱাই যােৱা এগৰাকীৰ প্রয়ােজন।
আপােন হ’বলৈ কোনাে তেজৰ সম্পর্ক নালাগে দুখৰ সময়ত যিজন আপােনাৰ কাষত থাকে সেইজনেই প্রকৃত আপােন।
যিটো সম্পর্ক দুয়ােজনে মিলি ৰাখিবলৈ চেষ্টা কৰে, ভগৱানেও তেওঁলােকক সহায় কৰে।
ভালপােৱা জনে তােমাক দূৰৰ পৰা চিঞৰি হ’লেও মাতিব আৰু বেয়া পােৱা জনে কাষেৰে পাৰ হৈ গলেও নেদেখাৰ ভাও জুৰিব।
হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো…চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।পামনে মই নে মই পাম তোমাক?
মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা…তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।
তোমাৰ কেমেৰাত ৰীল নাছিল…আৰু মই হাঁহিয়েই থাকিলো। (আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)
মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি…এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।
মোৰ চহৰত সাংঘাতিক নীৰৱতা…কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম…তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।
দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ…যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা…পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক…ছাই হও মই, জ্বলালেও জ্বলি নাযাওঁ।
লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা…মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম…সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ। ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন, আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয় ৰাইজে সোধে “কোন ডক্তৰ, কি ঔষধ?”
কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক “মই অলপ বিপদত পৰিছো”। জবাব পাই যাব।
তেওঁ হাঁহি সুধিছিল “তুমি কি কৰা?” মই উত্তৰ দিলো “দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।”
তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে…আৰু বৰষুণক খবৰটো তেৱেই দিলে।
প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।
কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।
তেওঁ যাওঁতে কৈ গ’ল- “মই মাত্ৰ সপোনতহে দেখা দিম।” মই কলো-“promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।
যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ… ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।
সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।
যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া “বিজয়” আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া “বুৰঞ্জী”
বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।
তেওঁ সুধিছিল “প্ৰেমৰ বাট কোনফালে?” মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।
ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি… কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।
প্ৰেম আৰু বিশ্বাস এহাল চৰাইৰ দৰে। এটা উৰি গলে, আনটোও পাছে পাছে উৰি যায়।