Assamese Caption | Insta Caption Assamese 2024

Notun Kisu

Assamese Caption

মানুহে অতীতৰ পৰাই নিজৰ সুখ, দুখ বোৰ , মনৰ অনুভৱ বোৰ বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। পুৰণি কালৰ পৰা গীত, মাত, কবিতা, কাহিনী আকাৰে প্ৰকাশ কৰি আহিছে। সেই গীত মাত, কবিতা, কাহিনী আকাৰে আজিৰ দিনটো মানুহে ভাৱ বোৰ ব্যক্ত কৰি আহিছে যদিও নতুন Digital যুগত নতুন মাধ্যম হৈছে Social Media যোগেদি দিয়া Assamese Caption, Insta Caption আৰু Assamese Status সমূহ। এনে Assamese Caption, Assamese Status সমূহৰ জৰিয়তে সহজে মানুহে নিজৰ মনোভাৱ, সুখ, দুখৰ মূহুৰ্ত সমূহ আনৰ আগত দাঙি ধৰিব পাৰে।

আপুনি এখন সুন্দৰ ফটো Social Media সমূহত যেনে Facebook, Instagram, Whatsapp আদিত আপলোড কৰিলে হয়টো ইমান দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিব পাৰে। কিন্তু সেই ফটোখনৰ লগত এটা সুন্দৰ Assamese Caption Or Assamese Status সংযোগ কৰিলে সহজে আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি।

তলত অসমীয়া ভাষাত বহু কেইটা Assamese Status, Assamese Caption আপোনালোকৰ সুবিধা হোৱাকৈ সংগ্ৰহ কৰি লিখিছোঁ। ইয়াত বিভিন্ন বিষয়ৰ ওপৰত Assamese Caption, Assamese Status আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ।

Latest Assamese Caption 2024 | Assamese caption for Instagram

মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা…
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি…
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

মোৰ চহৰত সাংঘাতিক নীৰৱতা…
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।

কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।

বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে

তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম…
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ…
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।

Assamese Caption for Facebook

চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা…
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা…
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো

দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম…
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব

কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।

যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।

তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়
ৰাইজে সোধে “কোন ডক্তৰ, কি ঔষধ?”

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক “মই অলপ বিপদত পৰিছো”। জবাব পাই যাব।

তেওঁ হাঁহি সুধিছিল “তুমি কি কৰা?”
মই উত্তৰ দিলো “দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।”

তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে…
আৰু বৰষুণক খবৰটো তেৱেই দিলে।

প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

তেওঁ যাওঁতে কৈ গ’ল- “মই মাত্ৰ সপোনতহে দেখা দিম।”
মই কলো-“promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ…
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।

সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।

যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া “বিজয়” আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া “বুৰঞ্জী”

এটা কথা মনত ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হবনোৱাৰা! আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা ! আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!

অতীত ভয়ংকৰ হব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে
বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ’ব।

Assamese Caption for Instagram

জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ’ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়, মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া। মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল।

শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।

জোৰ তেওঁকহে কৰা হয়, যাক সঁচাকৈ ভাল পোৱা যায়। নহ’লেটো এই পৃথিৱীত মিছা ভালপোৱা অভাৱ নাই।

মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।

কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূর্ণ হ’ব বুলি আশা নকৰিবা।

যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল, দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।

এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয় এই সম্পর্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা।

প্ৰকৃত ভালপোৱা সেইটো হে য’ত প্রিয়জন উভতি নাহে বুলি গম পাইও অপেক্ষা কৰা যায়।

মই হাজাৰ জনক নিবিছাৰো তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি.

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

তাৰ পিছত এদিন মায়া শেষ হৈ যাব, এজনে মৰি যাব ভিতৰি ভিতৰি, আনজনে বেলেগৰ লগত গৈ ভালে থাকিব শিকি যাব।

বহুত সাধাৰণ এজনক বিছাৰো, যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।

ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা, পোৱাৰ সময় হ’লে আকৌ ভগৱানে দিব।

কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল। সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই তেনেকুৱা।

এই স্বাৰ্থপৰ চহৰত খনত, স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব।

Sad Assamese Caption for Facebook

আগত কৈ বহুত মৌন হৈ গৈছো ইয়াৰ পিছত হঠাৎ কৰি এদিন হেৰাই যাম।

জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা, আশা আৰু সপোনবোৰৰ কি ভৰষা যি ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে.

আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা-দেউতা সুখী হ’ব লাগে মাথো

আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয় সেইটো সদায় মনত ৰাখিব।

সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।

যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পর্কক গোপনে ৰখাৰ প্ৰয়োজন নাই।

মনত মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক’বও নোৱাৰি আৰু ক’লেও বুজি নাপায়।

জীৱনত জটিল সময়ৰ খুবেই প্রয়োজন তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ
উপভোগ কৰিব পাৰি।

কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে
থাকিবলৈ মন যায়।

এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া সংস্কাৰকো প্রতিনিধিত্ব কৰে।

বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলেই গম পাই যাওঁ যে কিবা কাম ওলাইছে।

জীৱনটো মোৰ গতিকে মানুহে কি ভাবিব মানুহে কি ক’ব সেইবোৰ ভাবি সময় নষ্ট নকৰো।

সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম।

সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে।

প্ৰথমবাৰ ক্ষমা কৰি দিয়ক দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক তৃতীয়বাৰ আতৰি আহক।

এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে।

সেইজন ব্যক্তিৰ মনটো বহুত ভাল যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ বেয়া হোৱাটো কামনা নকৰে।

জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।

তুমি যিমানেই সহজ সৰল হ’বা তোমাক সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।

Dipression কোনো ধেমালি নহয়, কিয়নো এনে সময়ত মুখেৰে হাঁহি থাকে আৰু ভিতৰি মৰি যায়।

আজি কালি মিছা কথাতকৈ সঁচা কথা ক’লে হে সম্পৰ্কবোৰ ভাগি যায়।

মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা.. সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ’লেও দিব।

চিনাকী হোৱা সকলো মানুহে মনত থাকে, কিন্তু কিছুমান মানুহলৈ সদায় মনত পৰে।

লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক কিন্তু সঁচা আৰু হৃদয়ৰ পৰা হ’ব লাগে।

আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক চাওকচোন আপোনাৰ জীৱনত কি আৰু কোন কোন ৰৈ যায়।

কথাবোৰো একেই থাকে সপোনবোৰো একেই থাকে মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে নতুবা তেওঁ নিজেই সলনি হৈ যায়

নাপাওঁ বুলি জনাৰ পিছতো আপোনাক ভাল পাই থকাজনৰ প্ৰেমহে প্ৰকৃত প্ৰেম অন্যথা নিজৰ প্ৰয়োজনৰ আৰু স্বাৰ্থৰ বাবে ভালপোৱাজনে একেবাৰেই আঁতৰি যায়।

সম্পৰ্ক এটাক আচলতে একপক্ষীয়ভাবে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰি ইয়াৰ কাৰণে দুয়োজনৰ সদ্দিচ্ছা আৰু সৎ চেষ্টা থাকিব লাগিব

সকলোৰে বাবে সকলোৰে সময়তে উপলব্ধ নহ’ব অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব।

জীৱনত কেতিয়াবা হৰ্ঠাতে লগপোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে কিছু সহজ কৰি তোলে।

কম ধুনীয়া মানুহৰ লগত হোৱাভালপোৱা সকলোতকৈ ধুনীয়া।

নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়, বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব।

সময় কাৰো বাবে নৰয় সেয়েয়ে কোনোবা আমাৰ লগত আহক বা নাহক আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল

উদ্দেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ’লে
কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও
আহি সহায় কৰি থৈ যায়।

যেতিয়ালৈকে দেহত প্রাণ থাকিব তেতিয়ালৈ কষ্ট থাকিব, কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই জীৱন।

সৰু কালত কষ্ট পালে চিঞৰী চিঞৰী কান্দিছিলো যাতে সকলোয়ে শুনিব পাই আৰু এতিয়া কষ্ট পালে লুকাই লুকাই কান্দো যাতে কোনেও বুজিব নোৱাৰে।

মিছলীয়াৰ লগত কোনো বিষয়ত লিপ্ত নহবা, কাৰণ সি তোমাক লৈ মানুহৰ ওচৰত এনেকুৱা মিছা ক’ব যিটো তুমি কল্পনাও কৰিব নোৱাৰিবা।

ভৰিত লগা আঘাত বোৰে সাৱধানে খোজ কাঢ়িবলৈ শিকায়, আৰু মনত লগা আঘাত বোৰে শক্তিশালী আৰু বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়।

এজন মানুহৰ জীৱনত যেতিয়া বহুত কিবা কিবি অভিজ্ঞতা হৈ যায়, তেতিয়া মানুহ মৌন হৈ যায়, কাৰো লগত বেছি কথা পাতিব নিবিচাৰে অকলে থাকিবলৈ বেছি পছন্দ কৰে।

কেতিয়াবা যদি কাৰোবাৰ প্রতি ভালপোৱা বা ঘৃণা হৈ যায়, তেনেহলে তাক কেতিয়াওঁ পাহৰিব নোৱাৰি।

যিসকল মানুহৰ কাম নাথাকে, সেই সকল মানুহে মানুহৰ দোষ খুচুৰি থাকে। কাৰণ তেওঁ নিজেও একো নকৰে আনকো কৰিব নিদিয়ে।

সময় মূল্যৱান, কিন্তু সপোন দেখাৰ কোনো সময় নাথাকে।

আপুনি দেখা সকলো সপোন দিঠকৰত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওঁক।

কিছুমান মানুহ আছে যিয়ে সপোনৰ পৃথিৱীত বাস কৰে আৰু কিছুমানে বাস্তৱৰ পৃথিৱীত বাস কৰি বাস্তৱৰ লগত মুখামুখি হয়। সপোন দেখাটো সহজ কিন্তু বাস্তৱৰ মুখামুখি হবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন।

সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।

যিসকলে বেছি কাম কৰে, তেওঁলোকে বেছিকৈ সপোন দেখে।

আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ দিনত সপোন দেখিব ৰাতি নহয়।

নিজৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰক, শক্তিশালী হৈ থাকক, আৰু কেতিয়াও হাৰ নামানিব।

মোৰো এক সৰু সপোন আছে, মোৰ সপোন হৈছে এখন বাগিছাত মোৰ ঘৰ হব আৰু কোনো বস্তু বিছাৰি যাতে বজাৰলৈ যাব নালাগে।

সফলতা আন একো নহয় কেৱল দিনত দেখা সপোনবোৰৰ পূৰ্ণতা।

আপুনি যিটো বিশ্বাস কৰে তাকেই কৰক, যি সপোন দেখিছা তাকেই পূৰণ কৰিবলৈ চেষ্টা কৰা কিন্তু কোনো নিৰীহ ব্যক্তি বা প্ৰাণীৰ অপকাৰ নকৰিবা।

Sad Assamese Caption for Insta

সপোন দেখা কিন্তু সপোনবোৰ পূৰ্ণ নহলে কেতিয়াও বিচলিত নহবা, কাৰণ সেইবোৰ সপোন outdated হব পাৰে কাৰণ এই পৃথিৱীত সকলো বস্তুৰে expiry date থাকে।

সপোন দেখা কেতিয়াও বন্ধ নকৰিব। কাৰণ সপোন কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে।

ডাঙৰ সপোন সৰু সৰু সপোনৰ জৰিয়তেই পূৰ্ণতা পায়।

সপোন আনৰ বাবে আৰু সন্তুষ্টি নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰিবা সুখি হবা।

সপোনবোৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।

আশা আৰু সপোন একেই নে?

ইচ্ছাশক্তি থাকে মানে সপোন দেখি থাকা সফল হবাই এদিন।

সকলোৰে ভাল দিন আহিব কেৱল সপোন দেখিবলৈ বাদ নিদিব।

ভৱিষ্যত আপোনাৰ সপোনৰ ওপৰত আধা আৰু কৰ্মৰ ওপৰত আধা নিৰ্ভৰ কৰে।

যদি আপুনি এতিয়াও বিচাৰি পোৱা নাই, তেন্তে বিচাৰি থাকক আপোনাৰ সপোনৰ আধাৰ।

জ্ঞানীজন ধনী নহ’লে আদৰ সন্মান নাপায়,
আৰু ধনীজন জ্ঞানী নহ’লেও আদৰ সন্মান পায়।
সমাজত দেখি থকা এক অনুভৱ।

জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবােৰ নুশুনাকৈ থকাই ভাল.
কাৰণ বেছিভাগ মানুহৰ কথাই মনবােৰ
দুর্বল কৰি তােলে।

জীৱনত কাকো ঠাট্টা নকৰিবা কাৰণ,
জীৱনটো এখন যাত্রীবাহী ট্ৰেইনৰ দৰে,
কাৰ যাত্রা ক’ত কেনেকৈ শেষ হয়
কোনেও নাজানে।

যিদিনাই আপুনি লাজ আৰু
ভয় শব্দ দুটাৰ পৰা প্রথম আখৰ কেইটা আতৰাই দিব
পাৰিব সেইদিনাই জয়লাভ কৰিব পাৰিব।

আৱেগৰ পথত নচলি
বিবেকৰ পথেৰে চলিবলৈ শিকা,
দেখিবা তুমি তােমাৰ জীৱনটো সুন্দৰকৈ
গঢ় দিবলৈ পাৰিছা।
কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে
মানুহৰ বিবেক।

জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব,
যে শেষত নিজেই অকলশৰীয়া হ’ব লগা হয়।
কাৰণ পৃথিৱীখন হ্নদয়েৰে নহয় নিজৰ
প্রয়ােজন মতেহে চলে।

আজিৰ দিনত কাকো খাতিৰ নকৰিব
আৰু কাৰাে তলত পৰি নাথাকিব,
কাৰণ আপুনি যিমানেই তল পৰি থাকিব
সিমানেই মানুহে আপােনাৰ লগত খেল
খেলিবলৈ সুবিধা পাব।

দুখীয়া ঘৰৰ ল’ৰা ছােৱালীয়ে গম পায়,
জীয়াই থকাটো কিমান কষ্টকৰ।

কিছুমান মানুহক আমি যেনেদৰে ভাৱাে
তেনেকুৱা নহয়,
আমি ভৱাতকৈ বহুতেই বেলেগ।

অভিমান আৰু খঙৰ আৰত
লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে
তেওঁ কেতিয়াও কাৰো আপোন
হ’ব নোৱাৰে।

সুখৰ পোচাক পিন্ধা সৌভাগ্য
সকলোৰে ভাগ্যত নাথাকে,
যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে
জীৱনত নঘটে।

এই পৃথিৱী যিবোৰ মানুহ
সহজ-সৰল আৰ ুআনক সহজতে
বিশ্বাসত লয়, সেইবোৰ মানুহেই পদে পদে
ঠক খাবলগীয়া হয়।

আনৰ ওপৰত সদায় ক’ম নির্ভৰশীল
হ’বা, তেনেহলে হে সুখী হ’বা।

আনে মোক কি ভাবে
বা কিমান গুৰুত্ব দিয়ে নাজানো।
কিন্তু বিহুতে নিজৰ টাইম পাছ কৰিবলৈহে
মোক মনত পেলোৱা বহুতবাৰ দেখিছো।

অভাৱে মানুহৰ চৰিত্র
নষ্ট নকৰে, অভাৱে মানুহক ধ্যর্য্যশিল
আৰু শক্তিশালি কৰি তুলে।

গাৰুত মূৰ ৰখাৰ
লগে লগে যাৰ টোপনি আহে,
তেওঁ পৃথিৱীৰ সকলোতকৈ
সুখী মানুহ।

সুন্দৰ সময়বোৰ
জীৱনলৈ দুনাই নাহিবও পাৰে,
কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ
হেৰুওৱা স্মৃতিবোৰ হৃদয়ত
চিৰদিনৰ বাবে থাকে।

কষ্ট সকলোৱে পায়,
বেয়া সকলোৰে লাগে কিন্তু
পার্থক্য এটায়ে যে কোনোবাই প্রকাশ কৰে,
আৰু কোনোবাই চুপ থাকে।

কিছুমান মানুহে
মোক বহুত ভাল পায়,
কেৱল প্রয়োজনৰ সময়ত।

যদি হেৰুৱাৰ ভয় আৰু
পোৱাৰ আশা নাথাকিলে হেঁতেন,
তেনেহলে না ভগৱান থাকিলে হেঁতেন,
না মানুহ প্রার্থনা কৰিলে হেঁতেন।

যিয়ে আপোনাক দেখি
ভিতৰে ভিতৰে জ্বলে তেওঁলোকক
কেতিয়াওঁ ঘৃণা নকৰিবা,
কাৰণ তেওঁলোক সেই মানুহ
যিয়ে ভাবে তেওঁলোকতকৈ আপুনি
বহুত উত্তম।

মানুহৰ সকলো কথা
যদি মানি লোৱা তেতিয়া তুমি
সকলোৰে ওচৰত বহুত ভাল হ’বা,
আৰু যদি উচিত কথা কোৱা
তেতিয়া সকলো মানুহৰ ওচৰত
তুমি বেয়া হ’বা।

ডাষ্টবিনটো হাৰ মানি যায়,
কিছুমান মানুহৰ লেতেৰা
মানসিকতাৰ ওচৰত।

এটা কথা মনত ৰাখিব,
আপুনি কি বা আপোনাৰ কি আছে
তাৰ ওপৰত আপোনাৰ সুখ নির্ভৰ নকৰে!
আপোনাৰ সুখ নির্ভৰ কৰে
আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে।

যদি শুনা যে মোৰ কোনোবাই
বদনাম গাই আছে, তেন্তে বুজি ল’বা
যে এদিন নিঃস্বার্থ ভাৱে উপকাৰ
কৰিছিলোঁ সেইজনৰ।

অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা,
কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য
দেখা নোপোৱা কৰি তুলিছে।

যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।

আনৰ সুখৰ কাৰণ হওক
কিন্তু অংশীদাৰ নহ’ব,
আনৰ দুখৰ অংশীদাৰ হওক,
কিন্তু কেতিয়াও কাৰণ নহব।

যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি
নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ
অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে।
কাৰণ তেওঁ জানে কষ্ট কি।

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।

আনৰ সুখৰ বাবে নিজৰ মাজত
নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে,
সেয়া কেৱল সেই আত্মহত্যাকাৰী জনেহে জানে।

কিছুমানে সুখ বিচাৰি কান্দে,
কিছুমানে দুখৰ বুকুত কান্দে,
আচৰিত এই জীৱনৰ পৰিক্ৰমা,
কিছুমানে বিশ্বাসৰ কাৰণে কান্দে,
আৰু কিছুমানে বিশ্বাস কৰি কান্দে।

যি হয় ভালৰ কাৰণে হয়,
সেই আশ্বাসলৈয়েইটো জীয়াই আছো,
অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই
হত্যা কৰি পেলালেহেঁতেন মোক।

মই আচলতে অহংকাৰী নহয়
কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো
যাৰ বাবে মই গুৰুত্বহীন।

মুখেৰে একো নকলেও
চকুৰ ভাষায় কয় আছে বহু অভিমান জমা,
এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা।

মই এনে এজন মানুহ,
দুখৰ মাজতো
সুখৰ এখন মুখা পিন্ধি
সকলোকে হঁহোৱাই আছো।

কথা পাতিবলৈ এনেকৈ এৰি দিলা,
যে মই ইমান দিনে তোমাৰ বোজা হে হৈ আছিলো।

তোমাৰ প্ৰতিটো ষ্টেটটাছত
সদায় নিজকে বিচাৰিবলৈ চেষ্টা কৰো,
কিন্তু কিয় জানো প্ৰতিবাৰেই দেখোন বিফল হওঁ,
অচিনাকী কোনোবাই যেন
আজি মোৰ সেই ঠাই দখল কৰিছে।

সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
সপোন হৈ আহিছিল এটি ধুমুহা
আহিয়েই যাবৰ হ’ল
স্মৃতিৰ সাগৰত উলংগ হৈ পৰি আছো
কাষত বাজি আছে ভূপেনদাৰ
মই এটি যাযাবৰ !
মই এটি যাযাবৰ !

দুখবোৰ লুকুৱাই হাঁহিবলৈ শিকিলো,
এতিয়া সকলোৱে ভাবে
মই বহুত সুখত আছো।

পৰিস্থিতিত বিচ্ছেদ হোৱা
প্ৰতাৰণা নহয়,
তোমাক কন্দুৱাই তেওঁ সুখী নহয়
নিৰ্জনতাত তোমাতকৈ বেছি কান্দে তেওঁ
মৌন ওঁঠত বিষাদৰ হাঁহি কঢ়িয়াই ফুৰে তেওঁ।

শুই উঠিয়েই আৰু ৰাতি শোৱাৰ সময়ত,
যিজনৰ কথা মনলৈ আহে,
সেইজনেই হয়তো আপোনাৰ জীৱনৰ সুখৰ কাৰণ,
নতুবা জীৱনৰ দুখৰ কাৰণ হয়।

প্ৰিয়জন ভাবি নহয়,
লাগিলে প্ৰয়োজন ভাবিয়েই আহা,
তথাপিও তোমাক নিৰাশ নকৰো দিয়া।

বিশ্বাস কৰা বা নকৰা কিন্তু এইটো সত্য যে,
তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচাৰা,
সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ৰ এক
বিশেষ ঠাই অধিকাৰ কৰিছিল।

মানুহবোৰো বৰ অদ্ভুদ,
জিয়াই থাকোতে কোনেও খবৰ নলয়
কেনেকৈ জীয়াই আছো,
মৰিলেই প্ৰথম প্ৰশ্ন ?
কেনেকৈ মৰিল!

তোমাৰ অবিহনে সকলোবোৰ শূণ্য
অনুভৱ কৰো শূণ্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা,
বুকুখনত বহুতেই বিষ হৈছে
তোমাক পাহৰি যোৱাৰ বিষ।

না আকাশ মোৰ আপোন
না তুমি মোৰ আপোন
হৃদয়ে মানি নলয় কিয়
তুমি মাথোঁ মোৰ দিবা সপোন।

জীৱনৰ আটাইতকৈ মৰ্মান্তিক
দৃশ্য সেইটোৱেই,
যেতিয়া চিনাকী মানুহবোৰৰ
অচিনাকী ৰূপবোৰ দেখে।

তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়,
তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।

জনা নাছিলো মৰহি যাব ফুলৰ কলি!
ভবা নাছিলো পাহৰিবা বুলি এতিয়া বুজিলো
কিছুমান মানুহে সাগৰক পালে নদীক পাহৰিব পাৰে।

মই নাথাকিলে যদি তোমাৰ জীৱনলৈ জোনাক আহে !
গান হৈ নিগৰে ওঠৰ ভাষা ন-সপোনে ওমলে
হিয়াৰ পাহিত গুচি যাম মই পৃথিবীৰ শেষ সিমালে
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা এখন জীৰ্ণ ৰেলত উঠি !
দুহাতৰ মুঠিত লৈ তোমাৰ স্মৃতিৰ পাপৰি।

প্ৰেমত চকুৱোই হৃদয়ৰ ভাষা হয়।
সচাঁ ভালপোৱা সদায় নিৰব হয়
প্ৰেমত দুখ পালেও ভয় নকৰিবা
শুনিছো দুখত প্ৰেম গভিৰ হয়।

কেতিয়াও নুসুধিবা মোক মি তোমাক কিমান ভাল পাওঁ ?
মাথো জানিবা.. তুমি যিমান অনুভৱ কৰিব পাৰিছা
তাৎকৈ বহুত বেছি মই তোমাক ভালপাওঁ,
আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা মই বুজাৱ পাৰিম !

কোনোৱে কয় ভালপোৱা নিচা হৈ পৰে,
কোনোৱে কয় ভালপোৱা শাস্তি হৈ পৰে,
কিন্তু যদিহে ভালপোৱা সঁচা হৃদয়েৰে হয় ,
তেন্তে ভালপোৱা জীয়াই থকাৰ কাৰণ হৈ পৰে।

প্ৰেম আৰু চিগাৰেট একেই,
কাৰণ দুয়োয়ে ওঁঠত আনন্দৰ জোৱাৰ তোলে সঁচা,
কিন্তু বুকুত এসাগৰ বিষো সৃষ্টি কৰে।

Heart Touching Assamese Caption

যি আজিলৈকে প্ৰেম কৰা নাই,
সি পিৰিতিৰ মৰ্ম কি বুজে,
পিৰিতিৰ কৰ্ম কি বুজে,
পিৰিতিৰ ধৰ্ম কি বুজে,
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
পিৰিতিৰ আলেখ-লেখ হৃদয়েৰে গঁঠা,
দিনে দিনে বাঢ়ে পিৰিতি
নয়ণে নয়ণে।

প্ৰেম আৰু চিগাৰেট একেই,
কাৰণ দুয়োয়ে ওঁঠত আনন্দৰ জোৱাৰ তোলে সঁচা,
কিন্তু বুকুত এসাগৰ বিষো সৃষ্টি কৰে।

মোক কোনো কাৰণ লৈ ভাল নাপাবা,
পাৰা যদি মোক মনৰ পৰা ভালপোৱা,
মই ময়েই, মোৰ তুলনা আনৰ লগত নহয়।

প্ৰেম ভাবি গুনি কৰা নহয়,
ই মাথো হৈ যায়,
যি কেৱল হৃদয়েহে বুজি পায়।

প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল অনুভুতি বোৰক
অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান
নিবিছাৰে কেৱল মাথো ভাল পাবহে জানে।

এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা
তোমাক কেনেকৈ দেখুৱাওঁ,
হৃদয় কোনোবা এটা কোণত হোৱা
আঘাতৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ,
চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা
তোমাৰ ছবি মঁচ খাই যাব,
অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়,
মোৰ হৃদয়ত তোমাৰ স্হান কি,
তোমাক কেনেকৈ দেখুৱাওঁ ?

আবেগৰ বশৱৰ্তী হৈ কাৰোবাক
বিশ্বাস ঘটকতা কৰি কষ্ট দিয়াতকৈ,
নিজৰ ভুল উপলব্ধি কৰা বিশ্বাসঘাত
জনৰ কষ্ট বহুত বেছি।

তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম,
তুমি ক’লে সাগৰো সাতুৰিম,
তুমি কান্দিলে চকুলো মচি দিম,
তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম।

নাৰীয়ে যি কাপোৰেই পিন্ধক,
পুৰুষৰ দৃষ্টি লুভীয়া হ’লে উলংগ দেখিবই।
স্বামীয়ে যিমানেই উপার্জন নকৰক কিয়,
পত্নী লুভীয়া হ’লে অভাৱ হ’বই।

তেল মাৰা স্বভাৱ নাই মোৰ
যি সঁচা তাকে চিধা-চিধি কোৱা মানুহ মই
তাত মোক কোনোৱাই ভালপায় বেয়াপায়
ঘেণ্টা মতলব নাই।

জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি
আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা,
তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মুল্যবান
বস্তুটোকে হেৰাই পেলাইছা।

এজন মানুহৰ সকলো সৌন্দৰ্য তেওঁৰ ৰূপত নাথাকে।
থাকে তেওঁৰ আচৰণত, কথাত, মানসিকতাত।

মানুহ সকলো সময়তে একে নাথাকে।
মানুহে কষ্ট পায়, মানুহে শিকে
অৱশেষত মানুহ সলনি হয়।

উশাবোৰ শেষ নোহোৱালৈকে
নিজৰ সৈতে যুজ কৰাৰ নামেই হ’ল জীৱন।

বিয়া ঘৰত খাবলৈ বহি
কেতিয়াও বেয়াকৈ নকবা, কাৰণ
এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই
গোটেই জীৱন উপার্জন কৰে।

কিছুমান মধুৰ সম্পৰ্কৰ ভূলৰ বাবেই ভাঙি যায়,
এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে
যেতিয়া বোজা বুলি ভাবি লয়।

পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়,
সঁচা ভালপোৱা জনে কেতিয়াওঁ এৰি থৈ নাযায় !
কাৰণ এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট।

ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল
হেৰুৱাব ভয় নাথাকে।

সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা
ইয়াক সৎ কামত নিয়োজিত কৰা।
চাবা এদিন সুখৰ দিন আপোনাৰো আহিব।

ভাগ্যত যিজন নাথাকে সেইজনেই
হৃদয়ত খোপনি পাতে।

আশা কেৱল ভগৱানৰ ওচৰত ৰাখিব লাগে,
মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি !

প্ৰিয় মানুহটোৰ প্ৰিয় হৈ থকাৰ ভাগ্য
সকলোৰে নাথাকে, মোৰো নাছিলে।

মোৰ শূণ্যতাই তোমাক এদিন
নিঃশব্দে কন্দোৱাব।

পৰিশ্ৰম কৰিব লাগিব,
কষ্ট কৰিব লাগিব তেহে জীৱনটো সুন্দৰ হ’ব।

তুমি য’দি আগবাঢ়ি যাৱ বিচৰা,
পৃথিৱীত কোনো শক্তি নাই,
যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব।

এজন মানুহে আন এজন মানুহক
কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই
অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক
শিক্ষা বহুত বেছিয়ে ভাল।

দেখিবলৈ ধুনীয়া হোৱাত কৈ Strong
হোৱাটো বেছি প্ৰয়োজনীয়।

Love Assamese Caption

হহোঁৱাই থকা এজন দৰকাৰ,
কন্দুৱাই তো জীৱনটোৱেও আছে।

সৰু সৰু সুখবোৰ বুকুত লৈ ফুৰো
সৰু সৰু কথাতে ছিৰিয়াছ হওঁ কি কৰিম ?
আমি বোৰ যে সৰু মানুহ,
আত্মসন্মানৰ দামবোৰ বৰ বেছি আমাৰ।

আগৰ দিনৰ মানুহ বোৰ বেছি শিক্ষিত নাচিল সচাঁ !
কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক
বৃদ্ধ আশ্ৰমত থোৱা নাচিল।

আনৰ চৰিত্ৰ খুচৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবা,
কাৰণ ভাল মানুহে কেতিয়াও আনৰ
চৰিত্ৰ নোখোঁচৰে।

জীৱন নামৰ নাটকখনত কোনো স্থায়ী নহয়
না কাহিনী, না চৰিত্ৰ, না সংলাপ, না পৰিবেশ, না সংগীত
এটাই মাত্ৰ সত্য যে ই এখন নাটক।

কাৰোবাৰ অতীত চাই তেওঁৰ বৰ্তমানৰ
চৰিত্র বিচাৰ নকৰিব।

সচাঁ ভাল পাইছিলো বাবে আজিও অকলে আছো,
ভাল নোপোৱা হলে মইয়ো কিজানি বেলেগৰ লগত
Love anniversary পাতি থাকিলো হয় আজি।

ভীৰু আৰু দূৰ্বল মনৰ ব্যক্তিয়ে দৈহিক মৃত্যুৰ পূৰ্বেও
অনেকবাৰ মৃত্যু বৰণ কৰে।
সঁচা অন্তুৰৰ ব্যক্তিৰ কথা আৰু কামত সদায়ে
আত্মবিশ্বাসৰ সুৰ ফুটি উঠে।

আমাৰ কাহিনী ইমানেই আছিল,
তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল,
আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলো।

প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক কোনো কথা নাই
কিন্তু সঠিক এজন অহাটো বিচাৰোঁ।

দুখবোৰ খুলি ক’ব পৰা বিশ্বাসী কোনো নাই বাবেই,
আজি ডিপ্ৰেছন বোৰ বাঢ়ি যাব ধৰিছে।

প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও
তেওঁ ওপৰত অলপ সন্দেহ থাকিবই।
কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও
সহ্য কৰিব নোৱাৰি।

এটা ল’ৰা আৰ্থিক ভাবে টনকিয়াল হোৱাটো
খুবেই দৰকাৰ কাৰণ ল’ৰাক টকা চাই
সন্মান দিয়ে চৰিত্ৰ চাই নহয়।

পৃথিৱীত সকলো সলনি হ’ব পাৰে, কিন্তু মাʼৰ
মৰম কেতিয়াও সলনি নহয়,
মোৰ মা মোৰ বাবে পৃথিৱী।

পৰাধীনতাৰ ৰঙীণ ছাতিটোৰ মূল্যতকৈ
স্বাধীন ৰং বিহীন ভঙা জাপিটোৰ মূল্য বহুত বেছি।

সিদিনা উৰে নিশা সাৰে থকা কলিজাটোক সুধিছিলো
মোৰ পৰী জনী ক’ত ?
কলিজাটোৱে উচুপি উচুপি ক’লে,
উদাসী বনলৈ আৰু কেতিয়াও হৰিণী নাহে।

তোমাৰ কাষত অন্য কাৰোবাক দেখিলে
খং কৰাটো মোৰ তেওঁৰ প্ৰতি হিংসা নহয়,
এয়া তোমাক হেৰুৱাৰ ভয় হে মাথোঁ।

সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে,
যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই
নিজৰ সৰু সৰু আমেজ‌ বোৰ ত্যাগ কৰে।

প্ৰিয়জনৰ পৰা বিচাৰি বিচাৰি সময় নলʼবা
ভালপোৱা যদি সচাঁ হয়,
হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব।

প্ৰতিজনী ছোৱালীয়ে KTM DSLR নিবিচাৰে,
কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা
চাইকেল খনেটো সুখী হোৱাৰ সপোন দেখে।

সেইজনক ভালপোৱা যিয়ে তোমাক হেৰুৱাব
ভয় কৰে, তোমাৰ মনটোক বুজি উঠে, তোমাক গুৰুত্ব দিয়ে।

প্ৰিয় মানুহজনক-মানুহগৰকীক কাষত পোৱাটো
সকলোৰে ভাগ্যত নাথাকে, যিয়ে পাই
তেওঁ সচাঁকৈ ভাগ্যবান হয়।

সচা‍ঁই আচৰিত এই পৃথিৱী
কাৰোবাক নিজৰ বিফলতাৰ কাহিনী শুনাবলৈও
সফল হোৱাৰ প্ৰয়োজন।

এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো খুবেই জৰুৰী।
টকাৰ বাবে নহয়, তাইৰ নিজৰ আত্মসন্মানৰ বাবে।

যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ দেউতাকৰ কষ্ট বুজি পায়,
সেইজনী ছোৱালীয়ে ল’ৰাৰ জীৱনৰ
লগত কেতিয়াওঁ নেখেলে।

এজনী বিশ্বাসী কʼলা ছোৱালী,
হাজাৰ হাজাৰ জনী ধুনীয়া ছোৱালীতকৈ বহুগুণে ভাল।

জীৱনলৈ বেয়া দিন আৰু বেয়া বন্ধু অহাটো খুবেই প্ৰয়োজন,
নহ’লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক
কেনেকৈ চিনি পাবা !

ছোৱালী বোৰে জীৱনত বহুত উপহাৰ পায়,
কিন্তু কোনো লʼৰাই দিয়া সন্মান ছোৱালীৰ
আটাইতকৈ ডাঙৰ উপহাৰ।

সেইজনক আপোন কৰি লোৱা,
যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ
কৰিবলৈ লাজ নকৰে।

Assamese Caption Friends

মই স্বার্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰ মানুহৰ
পৰা আঁতৰি থাকোঁ যাৰ ওচৰত
মোৰ কোনো মূল্য নাই।

সপোন যিমান ৰঙীন হয়
বাস্তৱ সিমানেই কঠিন হয়।

সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই।

সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি
দুয়োফালৰ পৰা সমানে থাকে,
তেন্তে পৃথিৱীৰ কোনো
সম্পর্কই ভাঙি নাযায়।

শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ
শৰীৰটো তোমাৰ সৃষ্টি নহয়।
বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ
বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই,
গৌৰৱ কৰা তোমাৰ উন্নতি
আৰু চৰিত্র লৈ,
যিটো তুমি নিজেই গঢ়িছা।

যিয়ে নিজৰ বেয়া সময় দেখিছে
তেওঁ কেতিয়াও আনৰ
বেয়া হোৱাটো নিবিচাৰে।

কোনো পুৰুষে যদি
কোনো নাৰীক সন্মান দিয়ে
তেন্তে বুজিবা যে সেই পুৰুষ কোনো
সন্মানীয় নাৰীৰ পুত্র।
কিয় জানেনে এজনী সভ্য মাকেহে
তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।

কেতিয়াও কোনো বস্তুৰ অহংকা
কৰা উচিত নহয়,
মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে
সেইটো কাঢ়ি নিবও জানে।

সপোন বোৰ নিজক লৈ দেখা উচিত
আনক লৈ নহয়,
কিয়নো এই পৃথিৱীৰ সম্পর্কৰ
কোনো ভৰষা নাই।

জীৱনত যিমানে আঘাত পাবা
সিমানে আপোন মানুহবোৰক চিনিব শিকিবা,
কোন আচলতে কেনেকুৱা
কোন তোমাৰ কিমান আপোন।

অবিশ্বাস্য হলেও সত্য
টকা অবিহনে পুৰুষৰ জীৱন, আৰু
ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ।

কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায়
তেতিয়া মানুহে কান্দিব এৰি
মনে মনে থাকিবলৈ
শিকি যায়।

জন্মৰ পৰাই অভাৱ শব্দটোৰ
লগত ঘনিষ্ঠ সম্পর্ক আছে,
সেয়ে কেতিয়াও মানি নলওঁ
অভাৱে স্বভাৱ নষ্ট কৰে।

আপত্তি নাই, সুখ নকৰো
যি পাইছো তাতেই সুখী,
কোনোবাইতো এই খিনিও
পোৱা নাই।

দেউতাকৰ টকাৰে দামী গাড়ী লৈ
ঘূৰি ফুৰা লৰাবোৰতকৈ
সৰু সৰু কাম কৰি ঘৰখন চলাই,
চাইকেল চলোৱা ল’ৰাক
বেছি সন্মান কৰোঁ।

যি মানুহে আনৰ কথা
অলপো ভাবিব নোৱাৰে
তেওঁ মানুহ হোৱাৰ অর্থ নাই।

জীৱনত এনেকুৱা এজন
মানুহৰ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল’ব।

মানুহে অকলে অকলে হাঁহিব নোৱাৰে,
হাঁহিবলৈ এজন সংগী প্রয়োজন,
কিন্তু মানুহৰ দুখ হ’লে অকলে অকলে
কান্দিব লগা হয়,
কাৰণ দুখৰ কোনো সংগী নাথাকে।

সেইজন মানুহ বহুত বেছি সংস্কাৰী
যিজনে যিমান খংত থাকিলেও
বেলেগৰ লগত কথা পতাৰ
শিষ্টাচাৰ পাহৰি নাযায়।

গুৰুত্ব থাকিলে সকলো সম্পর্কই টিকিব
সেয়া বন্ধুত্বই হওঁক বা ভালপোৱা।

বাস্তৱতা তুমি যাক যিমান গুৰুত্ব দিবা
তেওঁ তোমাক সিমানেই
অৱহেলা কৰিব।

ভালপোৱাই হওঁক বা বন্ধুত্বই,
বেয়া সময় আহিলে বুজা যায়
সম্পর্কটো কিমান গভীৰ।

বিচাৰিলেই সকলো পোৱা নাযায়
যদি সেয়া তোমাৰ ভাগ্যতে নাথাকে।

সম্পর্ক সেয়া নহয়
যি আনক দেখুওৱা হয়,
সম্পর্ক সেইয়াহে যি হ্রদয়েৰে
পালন কৰা হয়।

কিছুমান মানুহে মোক বহুত ভাল পায়
কেৱল মাত্র প্রয়োজনৰ সময়ত।

সৎ পথত চলিলে হয়তো কষ্ট হ’ব,
কিন্তু জয় এদিন তোমাৰে হ’ব।

মিঠা মিঠা কথা কোৱা মানুহবোৰে
আচলতে আমাক ঠগি থৈ গুচি যায়,
প্রকৃত সঁচা মনৰ মানুহবোৰ
সদায় খঙাল হয় আৰু
কিবা বেয়া দেখিলে মুখৰ
আগতেই কৈ দিয়ে।

মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাত নাই,
নিজৰ জীৱন সুখৰ নহলেও কাকো কোৱাত নাই,
কাৰণ সকলোৱে কষ্ট দিব পাৰে
কিন্তু কষ্টৰ ভাগ লবলৈ কোনেও নাহে।

সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা,
কিন্তু বিফলতাৰ পাছত কাষত মাত্র
এজনক পাবা আৰু সেইজন স্বয়ং
তুমি নিজেই।

কাৰােবাৰ মনত জয় কৰি তুমি যিমান সুখী হ’ব,
তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি
বেছি সুখী হ’বা।
কাৰণ সকলােবােৰ সস্পর্কৰ
মূলমন্ত্র হ’ল বিশ্বাস।

মানুহে সকলােৰে সৈতে অভিনয় কৰিব পাৰিলেও
নিজৰ সৈতে কেতিয়াও অভিনয়
কৰিব নােৱাৰে।
সেইবাবেই প্রতিজন মানুহে নীৰৱে উচুপে।

Assamese Caption for GF/BF

জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা,
তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়।
কিন্তু যেতিয়া তুমি ব্যর্থ হ’বা,
তেতিয়া তােমাক তুলি ধৰাত হাত আগবঢ়ায়
দিয়া কোনাে নেলিয়া।

খং উঠি কাকে এনেকুৱা একো কথা নক’বা,
খং কমিলে যি কথা ভাবি নিজকে
সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।

যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা,
সেইটো বস্তু নাপাবও পাৰা,
কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা,
সেইটো বস্তু নিশ্চয় পাবা।

যি তােমাক কষ্ট দিয়ে,
তেওঁক পাহৰি যােৱা, কিন্তু কষ্টৰ সময়ত যি
সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নযাবা।

এডাল ৰছীৰ ওপৰত
থিয় হৈ থকাৰ নাম হ’ল চার্কাছ।
আৰু অশান্তিৰ মাজতাে শান্ত হৈ থকাৰ
নাম হ’ল জীৱন।

এনেকুৱা এগৰাকীক মোৰ
জীৱন সংগী হিচাপে বিচাৰো,
যি গৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয়
জনৰ কথা নাভাবে।

অপ্রিয় সত্য
আপোনাৰ সফলতাত আপোনাৰ
সম্পর্কীয় মানুহবোৰে হে
বেছিকৈ হিংসা কৰে।

জীৱনটো খুবেই কষ্টকৰ
কিন্তু কাকো বুজাব পৰা নাযায়,

মনটো বৰ অসহায় কিন্তু সেইয়া কাকো
দেখুৱাব পৰা নাযায়,

জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি
কিন্তু বিচাৰিলে সকলো পোৱা নাযায়।

আপুনি জীৱনত কষ্ট দিয়াৰ আগত
এবাৰ ভাবি চাব নিজে কষ্ট পালে
কেনেকুৱা লাগে,
মনত ৰাখিব যে কাৰোবাক কষ্ট
দি কোনো মানুহ বেছি দিন সুখত
থাকিব নোৱাৰে।

গছৰ ওপৰত বহি থকা
চৰাইটো ডালটো ভাগি যাব বুলি
কেতিয়াও ভয় নকৰে,

কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ
ওপৰত বিশ্বাস থাকে,

সেয়েহে সদায় নিজৰ ওপৰত
বিশ্বাস ৰাখিব।

বেলিটোও অকলশৰীয়া কিন্তু
সদায় পোহৰ দি থাকে,
আপোনাৰ কাষত কোনোবাই থাকক
বা নাথাকক সদায় নিজকে
সুখী ৰাখক আৰু হাঁহি থাকক।

মানসিক শান্তিয়ে পৃথিৱীৰ
সকলোতকৈ ডাঙৰ সুখ।

কাৰোবাৰ ওপৰত লোৱা প্রতিশোধৰ আবন্দ
থাকে মাত্র কেইটামান দিন,
কিন্তু কাৰোবাক ক্ষমা কৰাৰ আনন্দ
থাকে গোটেই জীৱন।

সম্পর্কবোৰ চৰাইৰ দৰে
জোৰকৈ ধৰিবা মৰি যাব,
লাহেকৈ ধৰিবা উৰি যাব,
মৰমত ধৰিবা সদায় থাকিব।

আজি কালি কোনোবাই খবৰ ল’লে
ভাল বুলিয়েই কওঁ,
কিমানক নো বেয়া বুলি কম।

সলনি হৈ যাম এদিন
এতিয়া মোক বেয়া পোৱা সকলোৱে
তেতিয়া মোক পাগলৰ দৰে
বিচাৰি ফুৰিব।

এটা সপোন
ভাঙি চিঙি যোৱাৰ পিছত ভাগৰি নপৰি
অন্য এটি সপোন দেখাৰ
উদ্যামেই হৈছে জীৱন।

আজিৰ দিনত মানুহে
মিছা কথা লাহেকৈ ক’লেও শুনা পাই,
কিন্তু সঁচা কথা
চিঞৰি থাকিলেও শুনা নাপাই।

হ্রদয় হে ভাহিছে, জীৱনটো নহয়।
কোনোবাই এৰি গৈছে, উশাহটোৱে
এৰি যোৱা নাই।
এনেদৰে কিমান আৰু, নিজকে কষ্ট দিবাু!
সুখী হ’বলৈ চেষ্টা কৰা,
তোমাৰ সময় হে বেয়া, জীৱন নহয়।

সুখী হ’বলৈ অসংখ্যা মানুহৰ দৰকাৰ নাই,
দৰকাৰ মাথো সেই মানুহজনৰ
যিজনে আপোনাৰ মূল্য আৰু
আপোনাৰ গুৰুত্ব বুজিব।

মানুহে তোমাক তেতিয়াই
ভাল বুলি কয়,
যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে
ব্যৱহাৰ কৰিব পাৰে।

কেতিয়াও শৰীৰ চাই প্রেম
নকৰিবা, তেনহলে সফল হ’ব নোৱাৰিবা্‌
ব্যক্তিত্বৰ প্রেমত পৰিবা
সাত জনমলৈ পাহৰিব নোৱাৰিবা।

মানুহে দুখ পাহৰি যাব পাৰে,
কষ্ট পাহৰি যাব পাৰে,
কিন্তু আপোন জনৰ পৰা পোৱা
বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে।

এজন মানুহ তেতিয়াই
অকলে থকাৰ কথা ভাবে,
যেতিয়া তেওঁ দেখে, তেওঁক
সকলোৱে ঠগাইছে।

সাপলৈ ভয় নালাগিলেও কিছুমান
বিশেষ মানুহক দেখিলে
সাপতকৈও বিশাক্ত যেন লাগে।

যাৰ ওচৰত আপোনাৰ বাবে সময় নাই
তেওঁক কেতিয়াও আমনি নকৰিব,
কিয়নো তেওঁলোক তেওঁলোকৰ দুনীয়াত ব্যস্ত
সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ
প্রয়োজন নাই।।

ধুনীয়া বুলি প্রেম নকৰিবা
চৰিত্রহীনো হ’ব পাৰে

প্ৰিয়জনৰ পৰা সঁচা মৰম সন্মান,
পোৱাৰ পাছত প্ৰকৃত বুজি পোৱা ছোৱালী জনীয়ে
কেতিয়াও দামী দামী উপহাৰ নিবিচাৰে,
সঁচা মৰম আৰু সন্মানতকৈ একো
ডাঙৰ হ’ব নোৱাৰে।

জীয়াই থাকিব পৰাটোৱেই এতিয়া
এক সফলতা হৈ পৰিছে।

এজোপা ফুলৰ বাবে
যদৰে ৰ’দ বৰষুণৰ প্রয়োজন,
ঠিক তেনেদৰে প্রশংসা আৰু সমালোচনাও
জীৱনত আগুৱাই যাবলৈ প্রয়োজন।

মানুহে কয় জীৱনটো খত্নেকীয়া !
কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে
কিমা দীঘলীয়া অনুভৱ কৰাজনে বুজিব !

মন সদায় সুন্দৰ হ’ব লাগে,
চেহেৰা সুন্দৰ বা ধুনীয়া প্ৰফাইল update চাই
বন্ধু পাতিব নালাগে।

জ্ঞানীজন ধনী নহ’লে আদৰ সন্মান নাপায়,
আৰু ধনীজন জ্ঞানী নহ’লেও আদৰ সন্মান পায়।
সমাজত দেখি থকা এক অনুভৱ।

জীৱনত আগুৱাই যাবলৈ হ’লে
আনৰ কথাবােৰ নুশুনাকৈ থকাই ভাল.
কাৰণ বেছিভাগ মানুহৰ কথাই মনবােৰ
দুর্বল কৰি তােলে।

জীৱনত কাকো ঠাট্টা নকৰিবা কাৰণ,
জীৱনটো এখন যাত্রীবাহী ট্ৰেইনৰ দৰে,
কাৰ যাত্রা ক’ত কেনেকৈ শেষ হয়
কোনেও নাজানে।

যিদিনাই আপুনি লাজ আৰু
ভয় শব্দ দুটাৰ পৰা প্রথম আখৰ কেইটা আতৰাই দিব
পাৰিব সেইদিনাই জয়লাভ কৰিব পাৰিব।

আৱেগৰ পথত নচলি
বিবেকৰ পথেৰে চলিবলৈ শিকা,
দেখিবা তুমি তােমাৰ জীৱনটো সুন্দৰকৈ
গঢ় দিবলৈ পাৰিছা।
কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে
মানুহৰ বিবেক।

জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিব,
যে শেষত নিজেই অকলশৰীয়া হ’ব লগা হয়।
কাৰণ পৃথিৱীখন হ্নদয়েৰে নহয় নিজৰ
প্রয়ােজন মতেহে চলে।

আজিৰ দিনত কাকো খাতিৰ নকৰিব
আৰু কাৰাে তলত পৰি নাথাকিব,
কাৰণ আপুনি যিমানেই তল পৰি থাকিব
সিমানেই মানুহে আপােনাৰ লগত খেল
খেলিবলৈ সুবিধা পাব।

দুখীয়া ঘৰৰ ল’ৰা ছােৱালীয়ে গম পায়,
জীয়াই থকাটো কিমান কষ্টকৰ।

কিছুমান মানুহক আমি যেনেদৰে ভাৱাে
তেনেকুৱা নহয়,
আমি ভৱাতকৈ বহুতেই বেলেগ।

অভিমান আৰু খঙৰ আৰত
লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে
তেওঁ কেতিয়াও কাৰো আপোন
হ’ব নোৱাৰে।

সুখৰ পোচাক পিন্ধা সৌভাগ্য
সকলোৰে ভাগ্যত নাথাকে,
যিদৰে সপোনবোৰ বাস্তৱ সকলোৰে
জীৱনত নঘটে।

এই পৃথিৱী যিবোৰ মানুহ
সহজ-সৰল আৰ ুআনক সহজতে
বিশ্বাসত লয়, সেইবোৰ মানুহেই পদে পদে
ঠক খাবলগীয়া হয়।

আনৰ ওপৰত সদায় ক’ম নির্ভৰশীল
হ’বা, তেনেহলে হে সুখী হ’বা।

আনে মোক কি ভাবে
বা কিমান গুৰুত্ব দিয়ে নাজানো।
কিন্তু বিহুতে নিজৰ টাইম পাছ কৰিবলৈহে
মোক মনত পেলোৱা বহুতবাৰ দেখিছো।

অভাৱে মানুহৰ চৰিত্র
নষ্ট নকৰে, অভাৱে মানুহক ধ্যর্য্যশিল
আৰু শক্তিশালি কৰি তুলে।

গাৰুত মূৰ ৰখাৰ
লগে লগে যাৰ টোপনি আহে,
তেওঁ পৃথিৱীৰ সকলোতকৈ
সুখী মানুহ।

সুন্দৰ সময়বোৰ
জীৱনলৈ দুনাই নাহিবও পাৰে,
কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ
হেৰুওৱা স্মৃতিবোৰ হৃদয়ত
চিৰদিনৰ বাবে থাকে।

কষ্ট সকলোৱে পায়,
বেয়া সকলোৰে লাগে কিন্তু
পার্থক্য এটায়ে যে কোনোবাই প্রকাশ কৰে,
আৰু কোনোবাই চুপ থাকে।

কিছুমান মানুহে
মোক বহুত ভাল পায়,
কেৱল প্রয়োজনৰ সময়ত।

যদি হেৰুৱাৰ ভয় আৰু
পোৱাৰ আশা নাথাকিলে হেঁতেন,
তেনেহলে না ভগৱান থাকিলে হেঁতেন,
না মানুহ প্রার্থনা কৰিলে হেঁতেন।

যিয়ে আপোনাক দেখি
ভিতৰে ভিতৰে জ্বলে তেওঁলোকক
কেতিয়াওঁ ঘৃণা নকৰিবা,
কাৰণ তেওঁলোক সেই মানুহ
যিয়ে ভাবে তেওঁলোকতকৈ আপুনি
বহুত উত্তম।

মানুহৰ সকলো কথা
যদি মানি লোৱা তেতিয়া তুমি
সকলোৰে ওচৰত বহুত ভাল হ’বা,
আৰু যদি উচিত কথা কোৱা
তেতিয়া সকলো মানুহৰ ওচৰত
তুমি বেয়া হ’বা।

ডাষ্টবিনটো হাৰ মানি যায়,
কিছুমান মানুহৰ লেতেৰা
মানসিকতাৰ ওচৰত।

এটা কথা মনত ৰাখিব,
আপুনি কি বা আপোনাৰ কি আছে
তাৰ ওপৰত আপোনাৰ সুখ নির্ভৰ নকৰে!
আপোনাৰ সুখ নির্ভৰ কৰে
আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে।

যদি শুনা যে মোৰ কোনোবাই
বদনাম গাই আছে, তেন্তে বুজি ল’বা
যে এদিন নিঃস্বার্থ ভাৱে উপকাৰ
কৰিছিলোঁ সেইজনৰ।

অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা,
কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য
দেখা নোপোৱা কৰি তুলিছে।

যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।

আনৰ সুখৰ কাৰণ হওক
কিন্তু অংশীদাৰ নহ’ব,
আনৰ দুখৰ অংশীদাৰ হওক,
কিন্তু কেতিয়াও কাৰণ নহব।

যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি
নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ
অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে।
কাৰণ তেওঁ জানে কষ্ট কি।

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।

আনৰ সুখৰ বাবে নিজৰ মাজত
নিজক হত্যা কৰি জীয়াই থকাৰ অনুভৱ কেনে,
সেয়া কেৱল সেই আত্মহত্যাকাৰী জনেহে জানে।

কিছুমানে সুখ বিচাৰি কান্দে,
কিছুমানে দুখৰ বুকুত কান্দে,
আচৰিত এই জীৱনৰ পৰিক্ৰমা,
কিছুমানে বিশ্বাসৰ কাৰণে কান্দে,
আৰু কিছুমানে বিশ্বাস কৰি কান্দে।

যি হয় ভালৰ কাৰণে হয়, সেই আশ্বাসলৈয়েইটো জীয়াই আছো, অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই হত্যা কৰি পেলালেহেঁতেন মোক।

মই আচলতে অহংকাৰী নহয় কেৱল মাথো সেই মানুহবোৰৰ পৰা আঁতৰি আহো যাৰ বাবে মই গুৰুত্বহীন।

মুখেৰে একো নকলেও চকুৰ ভাষায় কয় আছে বহু অভিমান জমা, এবাৰ কোৱানা আজিও মোক ভাল পোৱানে প্ৰিয়তমা।

মই এনে এজন মানুহ, দুখৰ মাজতো সুখৰ এখন মুখা পিন্ধি সকলোকে হঁহোৱাই আছো।

কথা পাতিবলৈ এনেকৈ এৰি দিলা, যে মই ইমান দিনে তোমাৰ বোজা হে হৈ আছিলো।

তোমাৰ প্ৰতিটো ষ্টেটটাছত সদায় নিজকে বিচাৰিবলৈ চেষ্টা কৰো, কিন্তু কিয় জানো প্ৰতিবাৰেই দেখোন বিফল হওঁ, অচিনাকী কোনোবাই যেন আজি মোৰ সেই ঠাই দখল কৰিছে।

​সপোন হৈ আহিছিল এটি ধুমুহা আহিয়েই যাবৰ হ’ল সপোন হৈ আহিছিল এটি ধুমুহা আহিয়েই যাবৰ হ’ল স্মৃতিৰ সাগৰত উলংগ হৈ পৰি আছো কাষত বাজি আছে ভূপেনদাৰ মই এটি যাযাবৰ ! মই এটি যাযাবৰ !

দুখবোৰ লুকুৱাই হাঁহিবলৈ শিকিলো, এতিয়া সকলোৱে ভাবে মই বহুত সুখত আছো।

পৰিস্থিতিত বিচ্ছেদ হোৱা প্ৰতাৰণা নহয়, তোমাক কন্দুৱাই তেওঁ সুখী নহয় নিৰ্জনতাত তোমাতকৈ বেছি কান্দে তেওঁ মৌন ওঁঠত বিষাদৰ হাঁহি কঢ়িয়াই ফুৰে তেওঁ।

শুই উঠিয়েই আৰু ৰাতি শোৱাৰ সময়ত, যিজনৰ কথা মনলৈ আহে, সেইজনেই হয়তো আপোনাৰ জীৱনৰ সুখৰ কাৰণ, নতুবা জীৱনৰ দুখৰ কাৰণ হয়।

প্ৰিয়জন ভাবি নহয়, লাগিলে প্ৰয়োজন ভাবিয়েই আহা, তথাপিও তোমাক নিৰাশ নকৰো দিয়া।

বিশ্বাস কৰা বা নকৰা কিন্তু এইটো সত্য যে, তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচাৰা, সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ৰ এক বিশেষ ঠাই অধিকাৰ কৰিছিল।

মানুহবোৰো বৰ অদ্ভুদ, জিয়াই থাকোতে কোনেও খবৰ নলয় কেনেকৈ জীয়াই আছো, মৰিলেই প্ৰথম প্ৰশ্ন ? কেনেকৈ মৰিল!

তোমাৰ অবিহনে সকলোবোৰ শূণ্য অনুভৱ কৰো শূণ্যতাৰে আৱৰা মোৰ হৃদয়ৰ কোঠা, বুকুখনত বহুতেই বিষ হৈছে তোমাক পাহৰি যোৱাৰ বিষ।

না আকাশ মোৰ আপোন না তুমি মোৰ আপোন হৃদয়ে মানি নলয় কিয় তুমি মাথোঁ মোৰ দিবা সপোন।

জীৱনৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য সেইটোৱেই, যেতিয়া চিনাকী মানুহবোৰৰ অচিনাকী ৰূপবোৰ দেখে।

তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছো। পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।

এটা কথা মনত ৰাখিবা আনক দুখ দি কেতিয়াও সুখী হবনোৱাৰা! আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা ! আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা!

অতীত ভয়ংকৰ হব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ’ব।

জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ’ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

তুমি ধুনীয়া বাবেই মোৰ ভালপোৱাবোৰ গভীৰ নহয়, মোৰ ভালপোৱাবোৰ গভীৰ বাবেই তুমি ধুনীয়া। মোৰ এই গভীৰ প্ৰেমত তুমি যেন এপাহি সুগন্ধি বিলোৱা ফুল।

শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।

জোৰ তেওঁকহে কৰা হয়, যাক সঁচাকৈ ভাল পোৱা যায়। নহ’লেটো এই পৃথিৱীত মিছা ভালপোৱা অভাৱ নাই।

মাথো সাহসৰ হে কথা আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই ঠিৰাং কৰো।

কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূর্ণ হ’ব বুলি আশা নকৰিবা।

যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল, দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।

এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয় এই সম্পর্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা।

প্ৰকৃত ভালপোৱা সেইটো হে য’ত প্রিয়জন উভতি নাহে বুলি গম পাইও অপেক্ষা কৰা যায়।

মই হাজাৰ জনক নিবিছাৰো তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি ।

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়।

তাৰ পিছত এদিন মায়া শেষ হৈ যাব, এজনে মৰি যাব ভিতৰি ভিতৰি, আনজনে বেলেগৰ লগত গৈ ভালে থাকিব শিকি যাব।

বহুত সাধাৰণ এজনক বিছাৰো, যাৰ ওচৰত তাৰ পৰিয়ালৰ পিছতে থাকিব মোৰ।

ভগৱানে বিছাৰিছিল বুলিয়ে তুমি হেৰাইছিলা, পোৱাৰ সময় হ’লে আকৌ ভগৱানে দিব।

কোনোবাই কয় মই বেয়া কোনোবাই কয় মই ভাল। সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা তেওঁৰ ওচৰত মই তেনেকুৱা।

এই স্বাৰ্থপৰ চহৰত খনত, স্বাৰ্থ নোহোৱা কৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব।

আগত কৈ বহুত মৌন হৈ গৈছো ইয়াৰ পিছত হঠাৎ কৰি এদিন হেৰাই যাম।

জীৱনৰ সৰু সৰু সুখ আৰু প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা, আশা আৰু সপোনবোৰৰ কি ভৰষা যি ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে।

আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা-দেউতা সুখী হ’ব লাগে মাথো।

আপোনাৰ দুখ দেখি কোনোবাই হাঁহিলেও আপোনাৰ হাঁহিটো কিন্তু আন কাৰোবাৰ দুখৰ কাৰণে যাতে সৃষ্টি নহয় সেইটো সদায় মনত ৰাখিব।

সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।

যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পর্কক গোপনে ৰখাৰ প্ৰয়োজন নাই।

মনত মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক’বও নোৱাৰি আৰু ক’লেও বুজি নাপায়।

জীৱনত জটিল সময়ৰ খুবেই প্রয়োজন তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি।

কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ মন যায়।

এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া সংস্কাৰকো প্রতিনিধিত্ব কৰে।

বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলেই গম পাই যাওঁ যে কিবা কাম ওলাইছে।

জীৱনটো মোৰ গতিকে মানুহে কি ভাবিব মানুহে কি ক’ব সেইবোৰ ভাবি সময় নষ্ট নকৰো।

সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম।

সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে।

প্ৰথমবাৰ ক্ষমা কৰি দিয়ক দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক তৃতীয়বাৰ আতৰি আহক।

এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে। তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে।

সেইজন ব্যক্তিৰ মনটো বহুত ভাল যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ বেয়া হোৱাটো কামনা নকৰে।

জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।

তুমি যিমানেই সহজ সৰল হ’বা তোমাক সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।

Depression কোনো ধেমালি নহয়, কিয়নো এনে সময়ত মুখেৰে হাঁহি থাকে আৰু ভিতৰি মৰি যায়।

আজি কালি মিছা কথাতকৈ সঁচা কথা ক’লে হে সম্পৰ্কবোৰ ভাগি যায়।

Leave a Comment