চাণক্য নীতি – চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ?

Notun Kisu

মাৰ্চ 20, 2024

Characterless Woman
ADVERTISEMENT

আমাৰ সমাজৰ বহু মহিলাই নিজৰ মান মর্যাদা অটুট ৰাখিবলৈ সদায় যত্নপৰ থাকে, সামাজিক আচৰণৰ পবিত্রতা ৰক্ষা কৰে, তাৰ বিপৰীতে এনে কিছুমান মহিলা আমাৰ সমাজত আছে যিসকল সদায়ে সমাজৰ বিনাশৰ কাৰণ হৈ পৰে। আৰু তেনে স্ত্রীক সমাজৰ কলংক বুলি অভহিত কৰা হয়।

ADVERTISEMENT

আৰু পঢ়ক-

এই মহিলাৰ বিষয়ে ধাৰণা কৰা খুবেই কঠিন, ভাৰতীয় দার্শনিক চানক্যই এনে কিছুমান কথা ব্যক্ত কৰিছিল যাৰ পৰা এই অসৎ মহিলাক চিনাক্ত কৰিব পাৰি।

১) যিসকল মহিলাৰ ভৰিৰ পতাৰ অগ্রভাগ অতি নিশকতীয়া হয়, তেওঁলোকৰ জীৱন আৰু পৰিস্থিতি সদাই দুখৰ হয় ৷ আৰু যি মহিলাৰ কাণত অত্যাধিক নোম থাকে তেনে মহিলাই ঘৰত সদায় অশান্তিৰ কাৰক হৈ থাকে।

২) একাধিক পুৰুষৰ লগত সম্পর্ক কৰা মহিলা কেতিয়াওঁ ভাল নহয়, সেই মহিলাই এজনৰ লগত থাকে আৰু মনে মনে চিন্তা কৰে আন এজনৰ। এই ধৰণৰ মহিলাই এজন পুৰুষৰ বাবে অতি ক্ষতিকৰ।

৩) যিসকল মহিলাৰ ভৰিৰ গোৰোহাৰ পিছ ভাগ অতি মোটা থাকে তেনে মহিলাক ঘৰৰ বাবে অশুভ মান্যতা দিয়া হয়।

৪) চাণক্য নীতি অনুসৰি যিসকল মহিলাৰ ভৰিৰ কণিষ্ঠ আঙুলি আৰু তাৰ কাষৰ আঙুলি মাটি স্পর্শ নকৰে, আৰু এই কণিষ্ঠ আঙুলি যদি কাষৰ আঙুলিত কৈ সামান্য ডাঙৰ থাকে, তেওঁলোকে নিজৰ সুবিধা আৰু সময় বুজি চৰিত্ৰ সলনি কৰে ৷ এনেধৰণৰ মহিলা অত্যাধিক ৰাগী আৰু খঙাল হয়। এওঁলোকৰ চৰিত্ৰৰ ওপৰত কোনোদিনে বিশ্বাস কৰিব নোৱাৰি, সহজতে এওঁলোকক নিয়ন্ত্রণ কৰিব নোৱাৰি।

এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে। Notun Kisu এ এই তথ্যৰ নিশ্চয়তা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে।

Leave a Comment