স্বামীৰ মৰমৰ পৰা বঞ্চিত হয় এই দুটা নামৰ ছোৱালী

Notun Kisu

ডিচেম্বৰ 17, 2024

shamir morom
ADVERTISEMENT

বিয়া হৈছে দুখন অন্তৰৰ এক এনেকুৱা পবিত্ৰ বান্ধোন যি পৃথিৱীৰ সকলো সম্পৰ্কতকৈ বহুত সুকীয়া। স্বামি-স্ত্ৰীৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ বিশেষ সম্পৰ্ক ৰূপে মনা হয়। আমি সকলোৱে জানো যে প্ৰায় ভাগেই বিয়াৰ পূৰ্বে দুয়ো অচিনাকি হৈ থাকে। কিন্তু বিয়াৰ পিছত দুয়োয়ে ইজনে আনজনক স্বীকাৰ কৰে আৰু নিজৰ নতুন জীৱনটো হাঁহি ফুৰ্তিৰে ব্যতিত কৰে।

ADVERTISEMENT

আৰু পঢ়ক…

1) পূজা কৰি থাকোঁতে হাতত কিয় ৰঙা সূতা বান্ধি দিয়া হয়

2) মোবাইল ব্যৱহাৰকাৰীৰ বাবে নতুন নিয়ম

3) ৫ টা কাৰণত দৰিদ্রতা আহে, কাৰণ সমূহ কি কি

বিয়াৰ নীতি নিয়মৰ মাজত দৰা আৰু কইনাই দুয়োয়ে সুখ দুখৰ সময়ত লগ দিয়াৰ কথা দিয়ে। এইটো কথাত কোনো সন্দেহ নাই যে বিয়া এক এনেকুৱা সম্পৰ্ক যত পতি আৰু পত্নীৰ মাজত বুজাবুজি থকাটো বহুত জৰুৰী। কিন্তু যদি সম্পৰ্কটোত কোনোবা এজনৰ সহাঁৰি ভালদৰে পোৱা নাযায় তেন্তে তেনে সম্পৰ্ক বেছি দিন নচলে।

অৱশ্যে পতি আৰু পত্নীৰ মাজত সৰু সুৰা কাজিয়া হয় যদিও তেওঁলোকৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰে আৰু দুয়োৰে মৰম চেনেহ বাঢ়ি যায়। এই সম্পৰ্কত দুয়োৰে ওপৰত বিশ্বাস থকাটো জৰুৰী আৰু লগতে ইজনে আনজনৰ সন্মান কৰাটো উচিত। কিন্তু আমি বহুতবাৰ দেখিবলৈ পাওঁ যে পতি পত্নীৰ মাজৰ কাজিয়া কেতিয়াবা ইমানেই বাঢ়ি যায় যে তেওঁলোক অসভ্যালি কৰিবলৈ ধৰে আৰু ইজনে আনজনক অপশব্দ ক’বলৈ ধৰে।

ইয়াৰ কাৰণ হৈছে দুয়োৰে মাজত মৰম চেনেহ কমি যায়। এনেদৰে সদায় কাজিয়া কৰি অশান্তি পায় স্বামীয়ে বহুতবাৰ পত্নীক ইমান মৰম নিদিয়ে যিমান এজন স্বামীয়ে পত্নীক দিব লাগে। এনেকুৱাত স্বামীৰ এই ব্যৱহাৰ দেখি পত্নী প্ৰায়ে দুখ মনেৰে থাকে। আৰু তেওঁলোকৰ সম্বন্ধৰ মধুৰতা শেষ হ’ব ধৰে।

P নামৰ ছোৱালী বোৰ

যিবোৰ ছোৱালীৰ নাম ‘P’আখৰেৰে আৰম্ভ হয় তেওঁলোক কেতিয়াও স্বামীৰ পৰা সুখত থাকিব নোৱাৰে। আচলতে এইটো নামৰ ছোৱালীয়ে স্বামীৰ পৰা বেছি পৰিমানে মৰম পোৱাৰ আশা কৰে আৰু তেওঁলোকৰ স্বামীয়ে মাত্ৰ তেওঁৰ ওপৰতেই ধ্যান দিয়াটো বিচাৰে। সকলো কথা খুলি কোৱাটো বিচাৰে যাতে সম্পৰ্কটো গাঢ় হৈ থাকে। তেওঁলোকৰ সদায় নিজৰ ভালপোৱা হেৰুৱাৰ ভয় লাগি থাকে যাৰ বাবে এই ছোৱালীবোৰ সদায় দুখত থাকে।

K নামৰ ছোৱালীবোৰ

যিবোৰ ছোৱালীৰ নাম ‘K’ আখৰেৰে আৰম্ভ হয় তেওঁলোকো নিজৰ স্বামীৰ পৰা সুখী নহয়। ইয়াৰ আচল কাৰণ হৈছে এইটো আখৰৰ ছোৱালীয়ে প্ৰায় নিজৰ স্বামীক সন্দেহ কৰে। অৱশ্যে তেওঁলোক স্বভাৱৰ ফালৰ পৰা বেয়া নহয়। কিন্তু তেওঁলোকে স্বামীক কাৰো লগত ভাগ কৰিব নিবিচাৰে। সেইবাবেই এই ছোৱালীবোৰ প্ৰায় দুখী হৈ থাকে। তেওঁলোকে সদায় এইটো বিচাৰে যাতে স্বামিয়ে ২৪ ঘণ্টাই তেওঁলোকক মৰম দি থাকক। যেতিয়া তেওঁলোকৰ এই ইচ্ছা পূৰণ নহয় তেতিয়া তেওঁলোকে স্বামীৰ ওপৰত অভিমান কৰে। আৰু তাৰ পাছত তেওঁলোক স্বামীৰ পৰা সুখ লাভ নকৰে।এই দুইটা নামৰ ছোৱালী প্ৰায়ে দুখত থকাৰ লগতে স্বামীৰ মৰম লাভ নকৰা দেখিবলৈ পোৱা যায়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। Notun Kisu এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে। গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।

Leave a Comment