মহৎ লোকৰ বাণী কেৱল মাত্ৰ আপোনাৰ বাবেই

মহৎ লোকৰ বাণী

আপুনি যদি এজন শিক্ষাৰ্থী বা শিক্ষক নাইবা আন কোনো কাৰ্যৰ লগত জঢ়িত তেন্তে এই লিখনি আপোনাৰ বাবে নিশ্চয় উপকাৰী হব। ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ অন্তিম অৱস্থাতো নিজকে সকলো পৰিবেশত খাপ খুৱাই লৈ যাবলৈ “মহৎ লোকৰ বাণী” য়ে বহুত সহায় কৰে বুলি মই বিশ্বাসী। মানুহ এজন জীয়াই থাকিবলৈ জীৱনত বহুত ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হব … Read more