Assamese Quotes Archives - NotunKisu.Com

Assamese Quotes

চকুৰ পানী সকলোৱে দেখা পায়, কিন্তু হৃদয়ৰ বেদনা কোনেও দেখা নাপায়।

Assamese Quotes

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।

Assamese Quotes

আবেগবোৰ পৃথক হ’ব পাৰে কিন্তু কথাবোৰ একেই তেওঁক মা বুলি কওঁ নে ভগৱান বুলি কওঁ কথা একেই।