Assamese Caption Archives - NotunKisu.Com

Assamese Caption

দুখবোৰ লুকুৱাই হাঁহিবলৈ শিকিলো, এতিয়া সকলোৱে ভাবে মই বহুত সুখত আছো।

Assamese Caption

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

Assamese Caption

তুমি মোক ভাল পোৱানে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভালপাওঁ সেয়াই মোৰ আনন্দ।

Assamese Caption

চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা... পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।