ADVERTISEMENT

পৃথিৱীৰ একমাত্ৰ মগজু নথকা মাছৰ বিষয়ে কিছু কথা 🤔🤔

Starfish without Brain

আমি সকলোৱে জীয়াই থাকিবলৈ মগজু ৰ কাম অপৰিসীম আৰু জৰুৰী আমি সকলোৱে জানো। কিন্তু আপুনি জানেনে Starfish বা তৰা মাছ এনেকুৱা এটা প্ৰাণী যাৰ কোনো মগজু নাই আৰু তেজও নাই। এতিয়া কথাটো হল। তেন্তে ই কেনেকৈ জীয়াই থাকে। আহক আজি আমি Starfish বা তৰা মাছৰ সম্পূৰ্ণ কাহিনী শুনিম।

ADVERTISEMENT
  • Starfish বা তৰা মাছ , আচলতে মাছ নহয়। আচলতে তৰা মাছ নাম থকাৰ পিছতো মাছৰ লগত ইহঁতৰ সম্পৰ্ক একেবাৰেই নহয়।
  • আপুনি ভবাতকৈ তৰা মাছ এটাৰ ওজন বহুত বেছি। এটা তৰা মাছৰ গড় ওজন ১১ পাউণ্ড বা ৪.৯৮৯৫২ কিলোগ্ৰাম ।
  • Sea Starfish বা সাগৰীয়া তৰা মাছৰ প্ৰায় ২০০০ প্ৰজাতি আছে । ইহঁতে উষ্ণ আৰু ঠাণ্ডা বিভিন্ন জলবায়ুত বাস কৰিব পাৰে আৰু ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ পানীত পোৱা যায়।
  • সকলো Starfish ৰ পাঁচটা বাহু নাথাকে। অতি কম সংখ্যক প্ৰজাতিৰ এটা গোট আছে য’ত পাঁচটাতকৈ অধিক বাহু আছে আৰু কিছুমানৰ ৪০ টা পৰ্যন্ত বাহু থাকে।
  • তৰা মাছ মিঠা পানীত জীয়াই থাকিব নোৱাৰে। তৰা মাছ কেৱল নিমখীয়া পানীতহে থাকে, অৰ্থাৎ আপুনি ইহঁতক কেৱল মহাসাগৰতহে পাব। য’ত কেৱল লুণীয়া পানী থাকে তাত হে আপুনি তৰা মাছ পাব ।

পোষ্টটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা পোষ্ট পঢ়াৰ বাবে আমাৰ Facebook Page Follow কৰিব।

Treading

Assamese Caption

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

Morning Wish

আজি আপোনালোকৰ বাবে কিছু সুপ্ৰভাত বাণী লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

Assamese Quotes

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।