পৃথিৱীৰ একমাত্ৰ মগজু নথকা মাছৰ বিষয়ে কিছু কথা 🤔🤔

Notun Kisu

GK
Starfish without Brain

আমি সকলোৱে জীয়াই থাকিবলৈ মগজু ৰ কাম অপৰিসীম আৰু জৰুৰী আমি সকলোৱে জানো। কিন্তু আপুনি জানেনে Starfish বা তৰা মাছ এনেকুৱা এটা প্ৰাণী যাৰ কোনো মগজু নাই আৰু তেজও নাই। এতিয়া কথাটো হল। তেন্তে ই কেনেকৈ জীয়াই থাকে। আহক আজি আমি Starfish বা তৰা মাছৰ সম্পূৰ্ণ কাহিনী শুনিম।

  • Starfish বা তৰা মাছ , আচলতে মাছ নহয়। আচলতে তৰা মাছ নাম থকাৰ পিছতো মাছৰ লগত ইহঁতৰ সম্পৰ্ক একেবাৰেই নহয়।
  • আপুনি ভবাতকৈ তৰা মাছ এটাৰ ওজন বহুত বেছি। এটা তৰা মাছৰ গড় ওজন ১১ পাউণ্ড বা ৪.৯৮৯৫২ কিলোগ্ৰাম ।
  • Sea Starfish বা সাগৰীয়া তৰা মাছৰ প্ৰায় ২০০০ প্ৰজাতি আছে । ইহঁতে উষ্ণ আৰু ঠাণ্ডা বিভিন্ন জলবায়ুত বাস কৰিব পাৰে আৰু ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ পানীত পোৱা যায়।
  • সকলো Starfish ৰ পাঁচটা বাহু নাথাকে। অতি কম সংখ্যক প্ৰজাতিৰ এটা গোট আছে য’ত পাঁচটাতকৈ অধিক বাহু আছে আৰু কিছুমানৰ ৪০ টা পৰ্যন্ত বাহু থাকে।
  • তৰা মাছ মিঠা পানীত জীয়াই থাকিব নোৱাৰে। তৰা মাছ কেৱল নিমখীয়া পানীতহে থাকে, অৰ্থাৎ আপুনি ইহঁতক কেৱল মহাসাগৰতহে পাব। য’ত কেৱল লুণীয়া পানী থাকে তাত হে আপুনি তৰা মাছ পাব ।

পোষ্টটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা পোষ্ট পঢ়াৰ বাবে আমাৰ Facebook Page Follow কৰিব।

Leave a Comment