৪ জুনৰ পিছত GPay কাম নকৰিব? বন্ধ কৰাৰ আগতে গুৰুত্বপূৰ্ণ কথাবোৰ জানি লওক
অনলাইন ধনৰ লেনদেনৰ বাবে এতিয়া Google Pay/GPay ব্যৱহাৰকাৰীৰ প্ৰথম পছন্দ হৈ পৰিছে। গুগলৰ Google Pay সেৱা ভাৰতকে ধৰি বহু দেশত অনলাইন পেমেণ্টৰ বাবে ব্যৱহাৰ কৰা হয়। ২০২২ চনত Google Wallet প্ৰৱৰ্তনৰ পিছত GPay ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে। আৰু এতিয়া ই অনলাইন ধনৰ লেনদেনৰ বাবে ব্যৱহাৰকাৰীৰ প্ৰথম পছন্দ হৈ পৰিছে। কিন্তু জনপ্ৰিয়তাৰ মাজতো গুগলে ২০২৪ … Read more