নাৰীৰ প্রতি দুর্বলতা, বা কাম বাসনা কিদৰে নিয়ন্ত্রণ কৰি ৰাখিব !
এবাৰ জন শিষ্য গৌতম বুদ্ধৰ ওচৰলৈ আহি কৈছিল, হে প্রভু মোৰ মনত ইমান বেয়া চিন্তা কিয় আহে, মোৰ মনত সকলো সময়তে কাম বাসনা আহি থাকে আৰু সেই কথা ভাবি ভাবি মোৰ মূল্যৱান সময় আৰু শক্তি নষ্ট হৈ যায়। এই ভাৱনাৰ বাবে মই কেতিয়াও শান্ত থাকিব নোৱাৰো। প্রতি সময়ত মই বিপৰীত লিংগৰ প্রতি আকর্ষিত হৈ থাকো, … Read more