ADVERTISEMENT

২০ লাখ টকা বিনিয়োগেৰে ৫.৮ কোটি লাভৰ কাহিনী: অমন গুপ্তা (Shark Tank India)

where to invest money to get good returns

মাত্ৰ দুবছৰত ২৯০০% ৰিটাৰ্ণ লাভ কৰিবলৈ সক্ষম হৈছে Shark Tank India Judge Aman Gupta (Boat কম্পানীৰ Co Founder)।

ADVERTISEMENT

আজি আমি আপোনালোকৰ সৈতে Notun Kisu নামৰ এই ৱেবচাইটৰ জৰিয়তে আলোচনা কৰিম এক বিশেষ কথা। এই লিখিনিৰ জৰিয়তে আপোনালোকে নিশ্চয় বুজিব পাৰিব Online Earning কেনেকৈ কৰিব লাগে বা Online Investment কৰিবলৈ হলে কি কি কথাত গুৰুত্ব দিব লাগে।


২০ লাখৰ পৰা ৬.৮ কোটি টকা উপাৰ্জনৰ কাহিনী

২০২১ চনৰ ডিচেম্বৰ মাহত ৰিয়েলিটি টিভি শ্ব’ৰ প্ৰথম সংস্কৰণত গুপ্তা আৰু আন চাৰিটা শ্বাৰ্কে একেলগে Ice Popsicle Brand Skippi ষ্টাৰ্টআপত ১৫% অংশীদাৰিত্বৰ বাবে ১ কোটি টকা বিনিয়োগ কৰিছিল। সেই হিচাপে BoAt Co-Founder Aman Gupta ৰ ভাগত থকা ২০ লাখ টকাই লাভ কৰিছে প্ৰায় ৫.৮ কোটি।

ET Now Global Business Summit 2024 ত Info Edge ৰ সঞ্জীৱ বিখচন্দনীৰ সৈতে সাক্ষাৎকাৰত BoAt কম্পানীৰ Co-Founder অমন গুপ্তাই কয় যে “Shark Tank India Season 1 ত মই ২০ টা কম্পানী সৰ্বমুঠ ২০ কোটি টকা বিনিয়োগ কৰিছোঁ যদি তাৰে মাত্ৰ Ice Popsicle Brand Skippi যত মাত্ৰ মই ২০ লাখ টকা বিনিয়োগ কৰিছোঁ তাৰ পৰাই মোৰ মুঠ বিনিয়োগৰ বেছি অংশ পাবলৈ সক্ষম হৈছোঁ।”

BoAt Co Founder Aman Gupta আৰু বৰ্ণনা কৰে যে আপুনি যদি Max Return পাব খোজে তেন্তে High Risk High Reward ত কাম কৰিব লাগিব।

Aman Gupta ৰ মতে কেৱল Funding পালেই কোনো কম্পানিয়ে উন্নতি কৰিব নোৱাৰে। ইয়াৰ বাবে লগে Shark Tank India ত থকা Judge ৰ দক্ষতা সম্পন্ন Business Stretagy আৰু Shark Tank India ৰ দৰে মঞ্চ।

কেৱল Shark Tank India ত Promotion হোৱাৰ বাবেই Ice Popsicle Brand Skippi ষ্টাৰ্টআপে অতি কম সময়ৰ ভিতৰতে ১০০ গুণ বেছি ক্ৰেতা বঢ়াবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে ইটিয়ে প্ৰকাশ কৰা অনুসৰি Ice Popsicle Brand Skippi ব্ৰেণ্ডটোৱে বিত্তীয় বৰ্ষ ২০২৪ ত অতি কমেও ৭০ কোটি টকাৰ ব্যৱসায় কৰি লাভজনক হৈয়ে থাকিব।

ET Now Global Business Summit 2024 ত অতি দুঃখ মনেৰে প্ৰকাশ কৰিছিল যে মাত্ৰ ২ বছৰ পূৰ্বে ব্যৱসায় কৰিবলৈ কোনো পইচা নাছিল আৰু তেখেতে তেওঁৰ ঘৈনিয়েকৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল।

কেৱল মাত্ৰ দূৰদৰ্শী চিন্তা আৰু Risk লৈ বিনিয়োগ কৰা বাবেই যি মাত্ৰ ২০ লাখ টকা বিনিয়োগ কৰিয়ে ২ বছৰত ৫.৮ কোটি টকা অৰ্জিবলৈ সক্ষম হৈছে।

জীৱনত বহু টকা উপাৰ্জন কৰিলেও শিক্ষাৰ যে শেষ নাই সেই কথা বুজাবলৈ Shark Tank India Best Judge Amam Gupta কয় যে নমিতা থাপাৰ, অনুপম মিত্তলৰ দৰে আন Judge লগত বহি বিনিয়োগৰ কলা শিকিছিল তেওঁ।

ইয়াৰে লগতে তেখেতে কয় যে “তেওঁলোকে গোটেই জীৱন বিনিয়োগ কৰি আহিছে। মই শ্বাৰ্ক টেংকত আহি বহু কথা শিকিলোঁ আৰু মই এতিয়া শ্বাৰ্ক টেংকৰ বাহিৰত বিনিয়োগ নকৰো।”

ADVERTISEMENT

এই পোষ্টত উল্লেখ কৰা সকলো কথা বিশেষজ্ঞসকলে দিয়া পৰামৰ্শ আৰু মতামতৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াত Notun Kisu নামৰ ৱেবচাইটৰ কোনো নিজা কথা সংযোগ কৰা হোৱ নাই।

Treading

Assamese Caption

প্রিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয়, তেনেহলে হয়তো আৰু কোনো সম্পর্কত বিচ্ছেদ নহল হয়.

Morning Wish

আজি আপোনালোকৰ বাবে কিছু সুপ্ৰভাত বাণী লৈ আহিছোঁ, আশা কৰো আপোনালোকে ভাল পাব।

Assamese Quotes

খং অভিমান মৰম এই তিনিটা শব্দৰ অর্থ যিয়ে সঠিক ভাবে বুজিব পাৰে তেওঁহে সঁচা অর্থত সম্পর্ক এটা গঢ় দিব পাৰে।