এই ৪ স্বভাৱৰ পুৰুষ যিমানেই টকা নাথাকক কিয় নাৰীৰ অপছন্দ
পাৰস্পৰিক বিশ্বাস, প্ৰেম, মৰম, ভালপোৱা আদিৰ ওপৰত সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে পুৰুষৰ পছন্দৰ প্ৰতি গুৰুত্ব দিলেও পুৰুষে নাৰীৰ পছন্দৰ প্ৰতি গুৰুত্ব নিদিয়ে। পুৰুষৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে যিবোৰ মহিলাই ভাল নাপায়। যিয়ে সম্পৰ্কতো প্ৰভাৱ পেলায়। গতিকে সম্পৰ্কটো সুন্দৰ আৰু মধুৰ কৰি ৰাখিব বিচাৰিলে পুৰুষজনে সেই বৈশিষ্ট্যবোৰ পৰিত্যাগ কৰিব লাগে। সেই বৈশিষ্ট্যবোৰৰ … Read more