Bogamati Picnic Spot 2023-24 | Distance, Ticket Price, Photos & Everything

Notun Kisu

Bogamati picnic spot
দৈনন্দিন নতুন কিছু জানিবলৈ Follow

বছৰটোৰ এক নিদ্দিষ্ট সময়ত বেছিভাগ মানুহেই Best Picnic Spot in Assam বুলি Google ত বিচাৰি থাকে। আপুনিও যদি বৰ্তমান Picnic Spot to Visit in Assam বুলি বিচাৰি এই পোষ্টত আহিছে তেন্তে আপুনি নিশ্চিত কিবা নহয় কিবা Bogamati Picnic Spot Baksa Assam গুৰুত্বপূৰ্ণ তথ্য পাব।

অসমৰ বিভিন্ন Picnic Spot ৰ ভিতৰত অন্যতম Bogamati Picnic Spot আৰু আজি আমি আপোনালোকৰ বাবে Bogamati Picnic Spot Baksa ৰ সবিশেষ আলোচনা কৰিম।

Bogamati Picnic Spot Baksa Assam | December 2023-Feb 2024

বগামাটি নতুনকৈ গঠিত অসমৰ বাক্সা জিলাৰ উত্তৰ অংশৰ অন্তৰ্গত সুন্দৰ Picnic Spot, যিটো বৰনদী নদীৰ পাৰত  আৰু অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ পৰা মাত্ৰ 100km দূৰত্বত অৱস্থিত ।

Bogamati picnic spot ত শিলৰ ওপৰেৰে বৈ যোৱা পানী আৰু চাৰিওফালে আগুৰি থকা পাহাৰীয়া অঞ্চলে এই বনভোজ স্থল আৰু মনোমোহা কৰিছে বাবেই এই বনভোজ স্থলত স্কুলীয়া শিক্ষাৰ্থী তথা বিভিন্ন ধৰণৰ পৰ্যটকৰ বাবেই পছন্দৰ স্থান হৈ পৰিছে।

Best picnic spot in Assam বুলি আপুনি Google ত search কৰিলে bogamati picnic spot ৰ লগতে Manas National Park, Dipor Bil, Hohua , Hahim আদি কৰি বহুতো অসমৰ picnic spot পাব এতিয়া তাৰে ভিতৰত Bogamati picnic spot টো বাছনি কৰাৰ কেইটামান সুন্দৰ সুন্ধৰ আলোকচিত্ৰ দাঙি ধৰিম। 

Bogamati Picnic Spot: (অৱস্থান)

Bogamati Picnic Spot অসম ৰাজ্যৰ বাক্সা জিলাত অৱস্থিত। আপুনি Google বিচাৰিলে তালৈ যোৱা পথৰ নিৰ্দেশনা পাব। আপোনাৰ সুবিধাৰ বাবে আমি তলত Bogamati Picnic Spot Location ৰ Google Map দিছোঁ যাৰ সহায়ত আপুনি তালৈ অনায়েশে যাব পাৰিব।

বগামাটি পিকনিক স্পট এন চি সুক্লা বাগান অসম
Bogamati Picnic Spot, Baksa Assam, NC Sukla Bagan

Bogamati Picnic Spot Entry Fees: (প্ৰৱেশ মাচুল)

প্ৰতিটো Picnic Spot নিকা আৰু উন্নত কৰিবলৈ কিছু মানুহ জঢ়িত থকা প্ৰয়োজন। এই মানুহসমূহৰ পাৰিশ্ৰমিক আৰু উন্নতিৰ বাবে কিছু প্ৰৱেশ মূল্য নিৰ্ধাৰণ কৰা হয়। সেই হিছাপে Bogamati Picnic Spot Entry Fees আছে। তলত আমি সবিশেষ উল্লেখ কৰিছো।

Bogamati Picnic Spot Timetable: (সময়)

আপুনি যদি সঁচাই Bogamati Picnic Spot লৈ যাব বিচাৰিছে তেন্তে Bogamati Picnic Spot Timetable জনা অতি প্ৰয়োজন।

বগামাটি পিকনিক স্পটৰ সময়: 7AM to 5PM

Bogamati Picnic Spot Special

যিকোনো Picnic Spot বাছনি কৰোঁতে কিবা নহয় কিবা স্পেচিয়াল থকাটো জৰুৰী কাৰণ ব্যস্ততাপূৰ্ণ বছৰত মাত্ৰ কিছু সময়ৰ বাবেহে আপুনি Bogamati Picnic Spot গৈ আছে। তলত আমি কিছু Bogamati Picnic Spot Special বস্তু উল্লেখ কৰিছো।

Nearby Places to visit

আপুনি ভ্ৰমণ কৰিব পৰা বগামাটিৰ ওচৰৰ আন কিছুমান ঠাই হ’ল

Distance of Bogamati Picnic Spot

আপুনি যদি অসমৰ বাসিন্দা তেন্তে নিশ্চয় Distance of Bogamati Picnic Spot জানেই কিন্তু নজনা কিছু মানুহৰ বাবে আমি ৰাজ্যখনৰ কিছু গুৰুত্বপুৰ্ণ ঠাইৰ পৰা Bogamati Picnic Spot Distance কিমান সেই তথ্য তলত চাব পাৰে।

  1. বিমাবন্দৰৰ পৰা: গুৱাহাটী বিমাবন্দৰৰ (106 কি.মি.)
  2. ৰেল ষ্টেচনৰ পৰা: ৰঙিয়া ৰেল ষ্টেচন (72 কি.মি.)
  3. বাছ আস্থানৰ পৰা: তামুলপুৰ (38 কি.মি.)

Things to remember before Journey

বগামাটি পিকনিক স্পট (Bogamati Picnic Spot) লৈ যোৱাৰ আগতে মনত ৰখা কথাবোৰ আমি তলত উল্লেখ কৰিছো। যদিও এয়া কেৱল আৰু কেৱল মাত্ৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে।

5. মৌলিক প্ৰাথমিক চিকিৎসা, ঔষধ, অতিৰিক্ত কাপোৰ আৰু জোতাযোৰ আৰু অন্যান্য প্ৰয়োজনীয় বস্তু লৈ যাব ।

Bogamati Picnic Spot Photos

আপুনি যদি Bogamati Picnic Spot নিৰ্বাচন কৰিছে, তেন্তে নিশ্চয় যোৱাৰ আগতে ঠাইডোখৰৰ আলোকচিত্ৰ চাব পাৰিলে মন ভাল লাগিল হয়। সেই বাবেই আমি আগতে তুলি ৰখা কিছু Photos of Bogamati Picnic Spot তলত দিয়াৰ প্ৰয়াস কৰিছো।

FAQs on Bogamati Picnic Spot Baksa

1. Which district is Bogamati in Assam? (বগামাটি অসমৰ কোনখন জিলাৰ অন্তৰ্গত?)

Ans: তামুলপুৰ জিলা ৷ অসমৰ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত নিহিত হৈ থকা এক সুন্দৰ ভূ-প্ৰকৃতি, বগামাটি সম্পূৰ্ণৰূপে অসমৰ নতুনকৈ সৃষ্টি হোৱা তামুলপুৰ জিলাত অৱস্থিত 

2. Which river is the Bogamati? (কোনখন নদী বগামাটি?)

Ans: বগামাটি হৈছে পিকনিকৰ বাবে নিখুঁত এক চিত্ৰময় সুন্দৰ ভূ-প্ৰকৃতিৰ স্থান যি ভাৰত-ভূটান সীমান্তৰ পাদদেশত অৱস্থিত ‘বৰ্ণাদী’ নদীৰ মুখত, তামুলপুৰ জিলাত অৱস্থিত

3. What is the history of Bogamati? (বগামাটিৰ ইতিহাস কি?)

Ans: ভাৰত-ভূটান সীমান্ত অঞ্চলত অৱস্থিত বগামাটি দুটা পাহাৰীয়া ৰেঞ্জ আৰু ভূটান সীমান্তৰ পাদদেশৰ মাজত অৱস্থিত। আজি ই অসমৰ দুৰ্গম ঠাইৰ পৰা ভিৰ কৰা পিকনিকৰ বাবে এক হটস্পট হৈ পৰিছে । মাত্ৰ পাঁচ বছৰৰ আগতে সেইখন আছিল উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ অসম (ULFA)ৰ মুখ্য কাৰ্যালয় ৷

4. What is the climate in Bogamati? (বগামাটিৰ জলবায়ু কেনেকুৱা?)

বগামাটি গ্ৰীষ্মকাল আৰ্দ্ৰ আৰু গৰম আৰু বাৰিষাৰ সময়ত যথেষ্ট বৰষুণ হয়। শীতকাল শীতল আৰু শুকান।

Leave a Comment