ADVERTISEMENT
---Advertisement---

মহিলাৰ বাবে মোডী চৰকাৰৰ নতুন আঁচনি | প্ৰতিজন মহিলাই পাব ২ লাখ টকা

By: Notun Kisu

On: জানুৱাৰী 28, 2024

Follow Us:

Swarnima Scheme Apply
---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

আপুনি বাৰু বৰ্তমান সময়ত Swarnima Scheme ৰ বিষয়ে ইন্টাৰনেটত বিচাৰি ইয়ালৈ আহিছে নেকি, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আজি আমি আপুনলকৰ বাবে এই Swarnima Scheme কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব বা আন কি কি তথ্য জনাৰ প্ৰয়োজন আছে তাৰ বিষয়ে আলোচনা কৰিম।

ADVERTISEMENT

Swarnima Scheme | Apply Now | Ammount

স্বৰ্ণিমা আঁচনি (Swarnima Scheme) মহিলাৰ বাবে এক ডাঙৰ আঁচনি। এই আঁচনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলে সুবিধা লাভ কৰিব।

Swarnima Scheme লাভ কৰিবলৈ কিছু নিয়ম মানি চলিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। আমি সকলো কথা আলচ কৰিব কিন্তু তাৰ আগতে এই Swarnima Scheme য়ে কি কি সুবিধা প্ৰদান কৰিব তাৰ বিষয়ে জানো আহক –

Benefits of Swarnima Scheme by Central Govt

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সমাজৰ আৰ্থিকভাৱে পিছপৰা সাধাৰণ জনতাক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে বিভিন্ন আঁচনি চলায়। নৰেন্দ্ৰ মোদীয়ে পৰিচালনা কৰা বহু আঁচনিৰ জৰিয়তে কৃষক, হকাৰ আদি জনগোষ্ঠীৰ লোকে আনকি মহিলাসকলেও বিভিন্ন সুবিধা লাভ কৰিব পাৰে। এই আঁচনিখন ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম (NBCFDC) নামেৰে জনাজাত।

প্ৰথমে পিএম স্বনিধি আঁচনিখন আৰম্ভ কৰা হৈছিল কম মূলধনেৰে ব্যৱসায় কৰিব বিচৰা ক্ষুদ্ৰ ৰাজপথৰ ব্যৱসায়ীসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে। এইবাৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাবে চৰকাৰে ৰচনা কৰা বিশেষ আঁচনিখন হৈছে (Swarnima Scheme) আঁচনি।

এই প্ৰকল্পৰ মূল উদ্দেশ্য দেশৰ মহিলাসকলক সৱলীকৰণ কৰা। ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগমৰ বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে অৰ্থনৈতিকভাৱে পিছপৰা মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ ঋণ প্ৰদান কৰিব বিচাৰিছে। এই আঁচনিৰ পৰা ঋণ লৈ মহিলাসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে বা ইতিমধ্যে আৰম্ভ কৰা যিকোনো ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে।

কোনে কোনে পাব এই আঁচনি ?

  • নাৰী হ’লে সুযোগ পাব।
  • বয়স ১৮ বছৰৰ পৰা ৫৫ বছৰৰ ভিতৰত হ’ব লাগে।
  • যদি আপুনি নিজৰ নামত ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে স্বৰ্ণিমা আঁচনিৰ সুবিধা লাভ কৰিব।
  • পিছপৰা জাতিৰ হ’ব লাগিব। পৰিয়ালৰ আয় ৩ লাখ টকা বা তাতকৈ কম হ’ব লাগিব।

এই ‘নতুন স্বৰ্ণিমা ঋণ’ আঁচনিখন আচলতে এটা টাৰ্ম লোন আঁচনি। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ বিত্ত আৰু উন্নয়ন নিগমে এই আঁচনিখন আৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে সমাজৰ পিছপৰা জনগোষ্ঠীৰ মহিলাসকলক ধন ঋণৰ ব্যৱস্থা কৰা হ’ব।

এই আঁচনিৰ অধীনত সৰ্বোচ্চ ২ লাখ টকা পৰ্যন্ত ঋণ লব পাৰিব। তেনে ক্ষেত্ৰত এই কথা মনত ৰাখিব লাগিব যে ঋণ ল’ব বিচৰা মহিলাসকলৰ বাৰ্ষিক পৰিয়ালৰ আয় ৩ লাখ টকাতকৈ কম হ’ব লাগিব। এই ঋণৰ সুত বছৰি ৫% হাৰত পৰিশোধ কৰিব লাগিব। অৰ্থাৎ এই ঋণৰ বাবে মাহেকীয়া ভিত্তিত প্ৰায় ৪২ পইচা সুত লোৱা হয়।

এই ঋণৰ বাবে আবেদন কৰা মহিলাসকলক নিজাকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, বিজনেছ চাৰ্টিফিকেট আদিৰ প্ৰয়োজন হ’ব। এই আঁচনিখন এই ৱেবছাইট Apply Now ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। ঋণ লোৱাসকলে এই আঁচনিৰ অধীনত ঋণ ল’লে প্ৰতি তিনিমাহৰ মূৰে মূৰে ইএমআই দিয়াৰ সুবিধা লাভ কৰিব।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment