এই গুনৰ পূৰুষকহে মহিলাসকলে পছন্দ কৰা উচিত
আচাৰ্য চাণক্যই মানৱ জীৱনৰ বাবে বহু কথা কৈছে। এইবোৰক চাণক্য নীতি বুলি কোৱা হয়। আধুনিক জীৱনতো তেওঁৰ নীতি অতি ফলপ্ৰসূ। তেওঁৰ এই নীতিসমূহ পালন কৰি মানুহে নিজৰ জীৱনত বহুতো সাফল্য লাভ কৰিছে। পুৰুষৰ বাবে কিছু কথা কৈছে আচাৰ্য চাণক্যই। এই অনুসৰি যদি পুৰুষে কুকুৰৰ কিছুমান গুণ আহৰণ কৰে তেন্তে তেওঁলোকৰ মহিলাসকল সদায় সুখী আৰু সন্তুষ্ট … Read more