Rose Day ত দিয়া গোলাপৰ কোন ৰঙে কি বুজায়?
আজিৰ নৱ প্ৰজন্মৰ মাজতে ভেলেন্টাইন উদযাপনৰ সংস্কৃতি বৃদ্ধি পাবলৈ ধৰিছে। ৭ ফ্ৰেব্ৰুৱাৰী পৰা আৰম্ভ কৰি ১৪ ফ্ৰেব্ৰুৱাৰীলৈকে প্ৰেম সপ্তাহ হিচাপে পালন কৰা হয়। সেয়হে এই প্ৰেমৰ সপ্তাহটোক বজাৰত ৰঙা, হালধীয়া, বগা আৰু, গুলপীয়া গোলাপৰে ভৰি থকা দেখিবলৈ পোৱা যায়। গোলাপ দিৱসত ইজনে সিজনৰ সন্মুখত গোলাপ দি, তেওঁলোকৰ অনুভূতিক প্ৰকাশ কৰে। গোলাপ ফুলক অনুভূতিৰ প্ৰকাশৰ প্ৰতীক … Read more