মহাশিৱৰাত্ৰীৰ পূজা কিয় পালন কৰা হয় ? আপুনিও আজি জানি লও আহক
মহাশিৱৰাত্ৰি পৰাই সৃষ্টি আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয়। এই উৎসৱ ফাগুন কৃষ্ণ পক্ষ চতুৰ্দশীত পালন কৰা হয়। মহাশিৱৰাত্ৰি, যাক শিৱৰাত্ৰি বা শিৱৰ মহাৰাতি বুলিও কোৱা হয়। ভাৰতীয়ৰ এয়া এক গুৰুত্বপূৰ্ণ উৎসৱ। মহাশিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এক হিন্দু উৎসৱ। পৌৰাণিক কাহিনী অনুসৰি আজিৰ দিনটোতে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ হয়। হিন্দু ধৰ্মৰ … Read more